ETV Bharat / state

বাঘজানৰ ঘটনা সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল - baghjan incident

অধিবক্তা শান্তনু বৰঠাকুৰৰ সহযোগিতাত,বাঘজানৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবীৰে বুধবাৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে প্ৰকৃতিপ্ৰেমী নিৰন্ত গোঁহাইয়ে ৷

pil against baghjan incident by nature lover niranta gohain

author img

By

Published : Jun 10, 2020, 7:28 PM IST

গুৱাহাটী, 10 জুনঃ বাঘজানৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবীৰে বুধবাৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে প্ৰকৃতিপ্ৰেমী নিৰন্ত গোঁহাইয়ে ৷ অধিবক্তা শান্তনু বৰঠাকুৰৰ সহযোগিতাত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন খনত,বাঘজানৰ জৈৱ-বৈচিত্ৰ আৰু স্থানীয় লোকসকলৰ জীয়াই থকাৰ অধিকাৰ আদি বিষয়ক সাঙুৰি এক উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি,ন্যায়ালয়ে অতি সোনকালে উচিত আৰু প্ৰাপ্য ন্যায় প্ৰদানৰ আহ্বান জনায় প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ৷

ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবীৰে আবেদন নিৰন্ত গোঁহাইৰ

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.