ETV Bharat / state

বহিঃৰাজ্যত আবদ্ধ ছাত্ৰ-ছাত্ৰীৰ চৰকাৰলৈ অনুৰোধ - চৰকাৰলৈ অনুৰোধ

বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে স্ব ৰাজ্যলৈ উভতি আহিবলৈ, কোনো ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় ।

people from Assam stucked in other state

author img

By

Published : May 2, 2020, 2:11 PM IST

মৰিগাঁও, 2 মে': লক্ ডাউনৰ বাবে গুজৰাটত আবদ্ধ হৈ আছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থে যোৱা 170 গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰী । আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'যোগে অসমলৈ তেওঁলোকক উভতাই নিবলৈ চৰকাৰক অনুৰোধ জনাইছে । এই ক্ষেত্ৰত অসম চৰকাৰেও তেওঁলোকক আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

গুজৰাটত আবদ্ধ অসমৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী

লগতে পঢ়কঃ বহিঃৰাজ্যত আৱদ্ধ লোক সকলক ঘূৰাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.