গুৱাহাটী, 2 মে' : মহানগৰীৰ পাণ্ডুত এটা পৰিয়ালক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতি । শুকুৰবাৰে ছয়গাঁও বামুনীগাঁৱৰ পৰা আহিছিল পৰিয়ালটো। নিশাৰ পৰা জ্বৰত ভুগি আছে পৰিয়ালটোৰ সদস্য কেইগৰাকীয়ে। ৰাইজে এই কথা জানিব পৰা খবৰ দিয়ে স্বাস্থ্য বিভাগক । তাৰ পিচতেই স্বাস্থ্য বিভাগে পৰীক্ষা-নিৰীক্ষা কৰি আছে পৰিয়ালটোক । ইফালে প্ৰাথমিক ৰিপ'ৰ্ট নোহোৱা পৰ্যন্ত কোৱাৰেইন্টাইনত থকাৰ নিৰ্দেশ দিছে পৰিয়ালটোক ।
হঠাৎ কিয় আতংকিত হ'ল পাণ্ডুবাসী ! - corona news
পাণ্ডুত জ্বৰাক্ৰান্ত পৰিয়ালক লৈ আতংক ৷ কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ ৷

pandu corona terror
গুৱাহাটী, 2 মে' : মহানগৰীৰ পাণ্ডুত এটা পৰিয়ালক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতি । শুকুৰবাৰে ছয়গাঁও বামুনীগাঁৱৰ পৰা আহিছিল পৰিয়ালটো। নিশাৰ পৰা জ্বৰত ভুগি আছে পৰিয়ালটোৰ সদস্য কেইগৰাকীয়ে। ৰাইজে এই কথা জানিব পৰা খবৰ দিয়ে স্বাস্থ্য বিভাগক । তাৰ পিচতেই স্বাস্থ্য বিভাগে পৰীক্ষা-নিৰীক্ষা কৰি আছে পৰিয়ালটোক । ইফালে প্ৰাথমিক ৰিপ'ৰ্ট নোহোৱা পৰ্যন্ত কোৱাৰেইন্টাইনত থকাৰ নিৰ্দেশ দিছে পৰিয়ালটোক ।
হঠাৎ কিয় আতংকিত হ'ল পাণ্ডুবাসী !
হঠাৎ কিয় আতংকিত হ'ল পাণ্ডুবাসী !