ETV Bharat / state

মহানগৰীত এছিয়াৰ সৰ্ববৃহৎ অনলাইন কোম্পানীৰ বিপনী মুকলি

author img

By

Published : Aug 12, 2019, 12:43 AM IST

মহানগৰীৰ আদাবাৰীত এছিয়াৰ সৰ্ববৃহৎ শিশু সামগ্ৰীৰ অনলাইন কোম্পানী 'FirstCry.com'ৰ বিপনী মুকলি

মহানগৰীত এছিয়াৰ সৰ্ববৃহৎ অনলাইন কোম্পানীৰ বিপনী মুকলি

গুৱাহাটী, 11 জুলাই : মহানগৰীৰ আদাবাৰীত এছিয়াৰ সবাটোতকৈ ডাঙৰ শিশু সামগ্ৰীৰ অনলাইন 'FirstCry.com'য়ে মুকলি কৰিলে নতুন আউটলেট । শিশুসকলৰ সকলো প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ হ'ব এই বিপনীখনত । কোম্পানীটোৰ অনলাইনত গ্ৰাহকৰ ব্যাপক সঁহাৰি দেখি দেশৰ বিভিন্ন স্থানত নিজৰ আউটলেট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে। দেওবাৰে ফাষ্টক্ৰাইৰ বিপনীখন উদ্বোধন কৰে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে। মহানগৰীত শিশুসকলৰ এনে এখন বিপনীয়ে মহানগৰবাসীক যথেষ্ট উপকৃত কৰিব বুলি কয় অভিনেত্ৰীগৰাকীয়ে । ইফালে এই বিপনীখনৰ লগত থাকিব শিশুৰ বাবে প্লেগ্ৰাউণ্ড । সামগ্ৰী ক্ৰয় কৰাৰ উপৰিও এই গ্ৰাউণ্ডত শিশুসকলে খেলা-ধূলা কৰিব পাৰিব। উল্লেখযোগ্য যে, এই বিপনীখনৰ সকলো বিভাগতে নিযুক্তি দিয়া হৈছে থলুৱা যুৱক-যুৱতীক ।

Intro:মহানগৰীৰ আদাবাৰীত এছিয়াৰ সবাটোতকৈ ডাঙৰ শিশু সামগ্ৰীৰ অনলাইন 'FirstCry.com'য়ে মুকলি কৰিলে নতুন আউটলেট। শিশুসকল সকলো প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ হ'ব এই বিপনীখনত। কোম্পানীটোৰ অনলাইনত গ্ৰাহকৰ ব্যাপক সঁহাৰি দেখি দেশৰ বিভিন্ন স্থানত নিজৰ আউটলেট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে। দেওবাৰে ফাষ্টক্ৰাইৰ বিপনীখন উদ্বোধন কৰে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে। মহানগৰীত শিশুসকলৰ এনে এখন বিপনীয়ে মহানগৰীবাসীক যথেষ্ট উপকৃত কৰিব বুলি কয় অভিনেত্ৰীগৰাকীয়ে। ইফালে এই বিপনীখনৰ লগত থাকিব শিশুৰ বাবে প্লেগ্ৰাউণ্ড। সামগ্ৰী ক্ৰয় কৰাৰ উপৰিও এই গ্ৰাউণ্ডত শিশুসকলে খেলা-ধূলা কৰিব পাৰিব। উল্লেখযোগ্য যে এই বিপনীখনৰ সকলো বিভাগতে নিযুক্তি দিয়া হৈছে থলুৱা যুৱক-যুৱতীক।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.