ETV Bharat / state

বিতৰ্কত জি.এম.চি.এইছ : চিকিৎসকৰ অৱহেলাত প্ৰাণ গ'ল ৰোগীৰ! - কৰ্কট

জি এম চি এইছত বুধবাৰে পুৱা মৃত্যু হয়  প্ৰতাপ কলিতা নামৰ কৰ্কট ৰোগী গৰাকীৰ ৷ তাৰ পাচতে পোহৰলৈ আহে চিকিৎসালয়খনত সংঘটিত এই ঘটনাৰ কথা ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মৃত্যু পৰ্যন্ত এজনো চিকিৎসক উপস্থিত নহ'ল ৰোগীজনৰ কাষত ৷

বিতৰ্কত জি.এম.চি.এইছ.
author img

By

Published : Jul 31, 2019, 4:46 PM IST

গুৱাহাটী, জুলাই 31 : ৰোগী সেৱাৰ বাবে নহয় যেন ৰোগী সংহাৰৰ বাবেহে কৰ্তব্যত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ৷ পুনৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ ৷ জি এম চি এইছত বুধবাৰে পুৱা মৃত্যু হয় প্ৰতাপ কলিতা নামৰ কৰ্কট ৰোগী গৰাকীৰ ৷ তাৰ পাচতে পোহৰলৈ আহে চিকিৎসালয়খনত সংঘটিত এই ঘটনাৰ কথা ৷

বিতৰ্কত জি.এম.চি.এইছ.

তথ্য, অনুসৰি মঙলবাৰে নিশা কেম'থেৰাপি প্ৰদান কৰা হৈছিল প্ৰতাপ কলিতাক ৷ কেম' প্ৰদানৰ প্ৰায় আধাঘণ্টাৰ পাচৰ পৰাই প্ৰচণ্ড বুকুৰ বিষত ভোগে ৰোগীগৰাকীয়ে ৷ পৰিয়ালৰ লোকে বাৰম্বাৰ চিকিৎসকক খবৰ দিয়াৰ পিচতো উপস্থিত নহ'ল এজনো চিকিৎসক ৷ যাৰ ফলত বুকুৰ বিষত চটফটাই থাকি পুৱা 6.35 বজাত মৃত্যুক সাৱটি লয় প্ৰতাপ কলিতাই ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মৃত্যু পৰ্যন্ত এজনো চিকিৎসক উপস্থিত নহ'ল ৰোগীজনৰ কাষত ৷ সতকাই উন্নয়ন আৰু বিকাশৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত সংঘটিত এনে ঘটনাই উদঙাই দিছে প্ৰকৃত উন্নয়নৰ ছবিখন ৷

Intro:চিকিৎসকৰ হেমাহিৰ বাবেই জি এম চি এইছৰ কেঞ্চাৰ হাস্পতালত ৰোগীৰ মৃত্যু

Body:পুনৰ স্বাস্থ্য বিভাগত চৰম গাফিলতি। জি এম চি এইছৰ কেঞ্চাৰ হাস্পতালত চিকিৎসকৰ অবহেলাৰ বাবেই মৃত্যু হয় ৰোগীৰ। প্ৰতাপ কলিতা(৩৮) নামৰ ৰোগীজনে নিশা ১১ বজাৰ পৰা বুকুৰ বিষত চটফটাই থাকি পুৱা বাজি ৬:৩৫ মিনিটত মৃত্যু হয়। পৰিয়ালৰ লোকৰ অভিযোগ চিকিৎসাৰ অভাৱতে মৃত্যু হয় প্ৰতাপ কলিতাৰ। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ওৰে নিশা কলিতাই বুকুৰ বিষত এনেদৰে চটফটাই থকাৰ পাছতো এজনো চিকিৎসক আহি ৰোগীজনৰ কাষত হাজিৰ নহল। আনকি নৈশ ডিউটিৰ চিকিৎসকো আহি হাজিৰ নহ'ল ৰোগীজনৰ কাষত। উল্লেখ্য যে প্ৰতাপ কলিতাক কেমো দিয়াৰ আধা ঘণ্টাৰ পিছতে উৎকট বুকুৰ বিষে আগুৰি ধৰাত এনেদৰে চটফটাইছিল।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.