ETV Bharat / state

এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ: ৮৯৬ পদৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ - স্বাস্থ্য বিভাগ

এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে প্ৰথমটো বিজ্ঞাপন । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৮৯৬ টা ষ্টাফ নাৰ্চ পদৰ বাবে বিজ্ঞাপন ।

appointment
এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Jun 2, 2021, 6:01 PM IST

গুৱাহাটী, ২ জুন : মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই ড৹ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে এটা বছৰৰ ভিতৰতে এক লাখ নতুন নিযুক্তি দিব । ইতিমধ্যে এই এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

appointment
৮৯৬ পদৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ

নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে প্ৰথমটো বিজ্ঞাপন । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৮৯৬ টা ষ্টাফ নাৰ্চ পদৰ বাবে বিজ্ঞাপন ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ অধীনস্থ প্ৰায় আটাইকেইটা‌ বিভাগকে এই এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়াই সামৰি ল'ব‌ । অৱশ্যে ইয়াৰ ভিতৰত সৰ্বাধিক পদ খালি হৈ আছে গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত ।

লগতে পঢ়ক:শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.