ETV Bharat / state

অনলাইনত উপলব্ধ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ

www.nrcassam.nic.in ৱেবচাইটত যিকোনো লোকে নিজৰ বা তেওঁৰ পৰিয়ালৰ ARN টাইপ কৰি তালিকাত নাম চাব পাৰিব । আজি পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই অনলাইন ব্যৱস্থা সকলোৰে বাবে মুকলি কৰি দিয়ে ।

অনলাইনত উপলব্ধ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা
author img

By

Published : Sep 14, 2019, 11:29 AM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই পূৰ্বতে কৰা ঘোষণা অনুসৰি শনিবাৰৰ পুৱা ১০ বজাৰ পৰা অনলাইনত উপলব্ধ হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ।

অনলাইনত উপলব্ধ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা

www.nrcassam.nic.in ৱেবচাইটত যিকোনো লোকে নিজৰ বা তেওঁৰ পৰিয়ালৰ ARN টাইপ কৰি তালিকাত নাম চাব পাৰিব । বিগত ৩১ আগষ্টত এখন কৰ্তন তালিকা প্ৰকাশ কৰা হৈছিল আৰু সেই তালিকাত ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম কৰ্তন কৰা হৈছিল । সেই সময়ত অনলাইন যোগে কেৱল সেই কৰ্তন তালিকাখনহে উপলব্ধ হৈছিল ৷ কিন্তু আজি পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই অনলাইন ব্যৱস্থা সকলোৰে বাবে মুকলি কৰি দিয়ে । ফলত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ল নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা য'ত যিকোনো লোকে নিজৰ ARN টাইপ কৰিলেই নাম অন্তৰ্ভুক্তিৰ সকলো তথ্য লাভ কৰাৰ ব্যৱস্থা সম্পূৰ্ণ হ'ল ।

Intro:গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই পূৰ্বতে কৰা ঘোষণা অনুসৰিয়েই শণিবাৰে পুৱা ১০ বজাৰ পৰা অনলাইনত উপলব্ধ হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা।

Body:www.nrcassam.nic.in ৱেবচাইটত যিকোনো লোকে নিজৰ বা তেওঁৰ পৰিয়ালৰ ARN টাইপ কৰি তালিকাত নাম চাব পাৰিব। বিগত ৩১ আগষ্টত এখন কৰ্তন তালিকা প্ৰকাশ কৰা হৈছিল আৰু সেই তালিকাত ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম কৰ্তন কৰা হৈছিল। সেই সময়ত অনলাইন যোগে কেৱল সেই কৰ্তন তালিকাখনহে উপলব্ধ হৈছিল।

Conclusion:কিন্তু আজি পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই অনলাইন ব্যৱস্থা সকলোৰে বাবে মুকলি কৰি দিয়ে। ফলত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ল নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা আৰু যিকোনো লোকে নিজৰ ARN টাইপ কৰিলেই নাম অন্তৰ্ভুক্তিৰ সকলো তথ্য লাভ কৰাৰ ব্যৱস্থা সম্পূৰ্ণ হ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.