ETV Bharat / state

প্ৰকাশ পালে NRCৰ অতিৰিক্ত খচৰা - বিদেশী

আজি প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা
author img

By

Published : Jun 26, 2019, 7:56 AM IST

Updated : Jun 26, 2019, 2:07 PM IST

2019-06-26 11:08:50

  • যি সকল ব্যক্তিৰ নাম বাদ পৰিছে সেই সকল ব্যক্তিক বাদ পৰা কাৰণ উল্লেখ কৰি জাননী প্ৰেৰণ কৰা হব
  • নাম কৰ্তন হোৱা ব্যক্তি সকলে তেওঁলোকৰ দাবী  দাখিল কৰাৰ বাবে সুযোগ পাব
  • এনেবোৰ দাবী নিষ্পত্তিকাৰী বিষয়াৰ দ্বাৰা শুনানিৰ জৰিয়তে নিষ্পত্তি কৰা হব
  • জুলাইৰ পৰা আৰম্ভ হব শুনানি

2019-06-26 10:49:32

প্ৰকাশ পালে NRCৰ অতিৰিক্ত খচৰা

  • প্ৰকাশ পালে NRCৰ অতিৰিক্ত খচৰা
  • কৰ্তন তালিকাত প্ৰকাশ 1 লাখ 2 হাজাৰ 462 জনৰ নাম

2019-06-26 07:48:02

WWW. NRC Assam. nic.in ৱেৱছাইটতো পোৱা যাব এই তালিকা

  • আজি প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা
  • পুৱা দহ বজাত প্ৰকাশ পাব এই তালিকা
  • প্ৰতিটো NRC সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হ'ব খচৰা
  • WWW. NRC Assam. nic.in ৱেৱছাইটতো পোৱা যাব এই তালিকা
  • অতিৰিক্ত তালিকাত 2018 বৰ্ষৰ 30 জুলাইত প্ৰকাশিত চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা ডি ভোটাৰ, বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত তথা বিচৰাধীন ব্যক্তি আদিৰ নাম অন্তৰ্ভক্ত হ'ব
  • তালিকাত নাথাকে দাবী,আপত্তি আৰু নিষ্পত্তিৰ ফলাফল
  • 31 জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা

Intro:Body:

 আজি পুৱা দহ বজাত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা৷ প্ৰতিটো NRC সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, মকুমাধিপতিৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে WWW. NRC Assam. nic.in ৱেৱ ছাইটতো পোৱা যাব এই তালিকা৷ 

এই অতিৰিক্ত তালিকাত 2018 বৰ্ষৰ 30 জুলাইত প্ৰকাশিত চূড়ান্ত খচৰাত নাম অন্তৰ্ভক্ত হোৱা ডি ভোটাৰ, বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত তথা বিচাৰাধীন ব্যক্তি আদিৰ নাম অন্তৰ্ভক্ত হ'ব৷ ইয়াৰ উপৰি  অযোগ্য বিবেচিত লোকৰ নাম থাকিব কৰ্তন তালিকাত। অন্তৰ্ভুক্ত হ'ব এই তালিকাত৷ তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।

31 জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা । 

Conclusion:
Last Updated : Jun 26, 2019, 2:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.