গুৱাহাটী,15 জুলাইঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সফলতা ৷ ৰাঁচীত অনুষ্ঠিত হোৱা 64 সংখ্যক ৰাষ্ট্ৰীয় ৰেল পুৰস্কাৰ সমাৰোহত এই সফলতা অৰ্জন কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয় আৰু মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসকে প্ৰমুখ্য কৰি ৰে'ল বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া ।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সফলতা - north east railway
ৰাঁচীত অনুষ্ঠিত 64 সংখ্যক ৰেলৱে তথ্যচিত্ৰ প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপ খিতাপ দখল উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৷
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সফলতা
গুৱাহাটী,15 জুলাইঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সফলতা ৷ ৰাঁচীত অনুষ্ঠিত হোৱা 64 সংখ্যক ৰাষ্ট্ৰীয় ৰেল পুৰস্কাৰ সমাৰোহত এই সফলতা অৰ্জন কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয় আৰু মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসকে প্ৰমুখ্য কৰি ৰে'ল বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া ।
Intro:উত্তৰ পূৱ সীমান্ত ৰেলৱে লাভ কৰিলে ৰেলৱে ডকুমেন্টেৰী প্ৰতিযোগিতাৰ ৰানাৰ-আপ খিতাপ। দেওবাৰে ৰাঞ্চিত অনুষ্ঠিত ৬৪সংখ্যক ৰাষ্ট্ৰীয় ৰেল পুৰস্কাৰ সমাৰোহত প্ৰদান কৰা হয় এই পুৰস্কাৰ। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয় আৰু মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই। উল্লেখযোগ্য যে এই সমাৰোহত উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসকে প্ৰমুখ্য কৰি ৰেল বিভাগৰ বহুটো শীৰ্ষ বিষয়া। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jul 15, 2019, 5:02 AM IST