ETV Bharat / state

গুৱাহাটীত নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৰ মেগা অডিচন

অসমৰ শ্ৰেষ্ঠ প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা ৷

author img

By

Published : May 29, 2019, 2:49 AM IST

etv bharat
  • মঙলবাৰৰ পৰা গুৱাহাটী আৰম্ভ হৈছে নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৷
  • অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগীয়ে অংশ লৈছে এই নৃত্য প্ৰতিযোগিতাত ৷
  • গুৱাহাটীৰ জিলা পুথি ভঁৰালত অনুষ্ঠিত হৈছে গুৱাহাটীত নৰ্থ ইষ্ট ডান্স ৱাৰৰ অডিচন ৷
  • অভিনেত্ৰী ফেৰিপ্ৰিয়া তথা নবীন দেউৰী আৰু হিপ হপ ডান্স ইনষ্টিটিউটৰ সহযোগিতাত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখন ৷
    গুৱাহাটীত নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৰ মেগা অডিচন

  • মঙলবাৰৰ পৰা গুৱাহাটী আৰম্ভ হৈছে নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৷
  • অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগীয়ে অংশ লৈছে এই নৃত্য প্ৰতিযোগিতাত ৷
  • গুৱাহাটীৰ জিলা পুথি ভঁৰালত অনুষ্ঠিত হৈছে গুৱাহাটীত নৰ্থ ইষ্ট ডান্স ৱাৰৰ অডিচন ৷
  • অভিনেত্ৰী ফেৰিপ্ৰিয়া তথা নবীন দেউৰী আৰু হিপ হপ ডান্স ইনষ্টিটিউটৰ সহযোগিতাত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখন ৷
    গুৱাহাটীত নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৰ মেগা অডিচন
Intro:নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৰ মেগা অডিচন চলি আছে গুৱাহাটীত। এই নৰ্থ ইষ্ট ডান্স ৱাৰ 2019 ৰ অডিচন ত অংশ গ্ৰহণ কৰিবলৈ বহু প্ৰতিযোগিয়ে ভীৰ কৰা পৰিলক্ষিত হৈছে । নৰ্থ ইষ্ট ডান্স ৱাৰৰ এক প্ৰয়াস অসমৰ চুকে কোণে থকা যিকোনো বয়সৰ প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ। গুৱাহাটীৰ জিলা পুথি ভঁৰালত অনুষ্ঠিত হয় আজি মেগা অডিচন। মেগা অডিচন ৰ পিছতে ফাইনেল হব অহা


Body:ফেৰিপ্ৰিয়া আৰু নবীন দেউৰীৰ লগতে হিপ হপ ডান্স ইনষ্টিটিউটৰ সহযোগিতাত প্ৰাণ পায় উঠা নৰ্থ ইষ্ট ডান্স ৱাৰত অংশ গ্ৰহণ কৰিবলৈ বিভিন্ন বয়সৰ প্ৰতিযোগী অহাৰ লগতে বহু অসমৰ বহু ঠাইৰ পৰা বিচাৰি অনা হৈছে বহু প্ৰতিভা।নৰ্থ ইষ্ট ডান্স ৱাৰৰ উদ্দেশ্য অসমৰ শ্ৰেষ্ঠ প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত এখন মঞ্চ দিয়াৰ।
Bite:-নবীন দেউৰীৰ ।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.