ETV Bharat / state

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - news today

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 3, 2021, 9:02 AM IST

কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

কৰ্ণাটকৰ দুৰ্নীতি বিৰোধী সংস্থাই মঙলবাৰে বহুসংখ্যক নাগৰিকৰ বাসগৃহ আৰু কাৰ্যালয়ত অতৰ্কিতে অভিযান চলায় ৷ যিসকলে আয়তকৈ অধিক সম্পত্তিৰ গৰাকী হৈছিল ৷

মুম্বাইত পুনৰ এনছিবিৰ অভিযান, গ্ৰেপ্তাৰ ৩ জন

মুম্বাইত মাহিম ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে নাৰ্কোটিক্স কন্ট্ৰ'ল ব্য়ুৰ'য়ে ।

শংকাত দিন অতিবাহিত কৰিছে মেঘালয়ৰ 'হৰিজন কলনী'ৰ শিখ পৰিয়ালে

ভয় আৰু শংকাত বৰ্তমান দিন অতিবাহিত কৰিছে মেঘালয়ৰ হৰিজন কল'নীত বসবাস কৰা প্ৰায় 2500 টা পৰিয়ালে ৷ যি সমূহ পৰিয়াল বৰ্তমান 'খাচী হিলচ স্বায়ত্ব শাসিত পৰিষদ'ৰ পিচত মেঘালয়ৰ ৰাজধানী শ্বিলংত পঞ্জাৱী লাইন ৰূপে জনাজাত ৷ কিন্তু বৰ্তমান তেওঁলোকে বসবাস কৰা 'হৰিজন কলনী'ৰ সেই ভূমিক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ যাৰবাবে ৰাজ্য চৰকাৰৰ সৈতে হিমা মাইলিমৰ এখন চুক্তি স্বাক্ষৰ কৰিবলৈ প্ৰস্তুত হৈছিল য'ত চুক্তিৰ জৰিয়তে 'হৰিজন কলনী'ক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰি অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচৰা হৈছিল ৷

প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ উদ্যোগত নতুন দিল্লীত কংগ্ৰেছৰ দলীয় সভা

নিৰ্বাচনলৈ দিন চমূ চাপি অহাৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা সকলৰ মাজত সংঘাত অব্যাহত থকাত বিবুধিত পৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্ব । এই সংঘাত আলোচনাৰ মাধ্যমেৰে অন্ত পেলোৱাৰ বাবে আজি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাক উপস্থিতি থাকিবলৈ আহ্বান জনায় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৰ্গই ।

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে চিবিএছই পৰীক্ষাৰ সময়সূচী ঘোষণা

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে চিবিএছই ব’ৰ্ডৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ ৷ আগন্তুক 4 মে’ৰ পৰা 10 জুনলৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

কৰিমগঞ্জত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

কৰিমগঞ্জৰ ধলছড়া পঞ্চায়তৰ অন্তৰ্গত বালিদিওড় গাঁৱত মঙলবাৰে দলঙৰ তলৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মৃতদেহটো স্থানীয় যুৱক ছাজান উদ্দিনৰ বুলি জানিব পৰা গৈছে ৷

লক্ষ্য স্বনিৰ্ভৰশীল অৰ্থনীতি : এজেপিয়ে গঠন কৰিলে ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’

অসম জাতীয় পৰিষদৰ উদ্যোগত মঙলবাৰে গঠন কৰা হ'ল ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ ৷ এক সংবাদমেল সম্বোধন কৰি এই কথা আনুষ্ঠানিতভাৱে সদৰি কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

বিধানসভা নিৰ্বাচনত লখিমপুৰত সমূহীয়াকৈ ভোট বৰ্জন কৰিব 25 খন গাঁৱৰ ৰাইজে

লখিমপুৰত 25 খন গাঁৱৰ প্ৰতিবাদ ৷ উপাযুক্তৰ কাৰ্যালয়ৰ তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদিহে তেওঁলোকৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

৫০০ টন মিথানল উৎপাদনৰ বাবে সাজু অসম পেট্ৰ'কেমিকেলছ

প্ৰতিদিনে ৫০০ টন মিথানল উৎপাদনৰ বাবে সাজু হৈ উঠিছে নামৰূপস্থিত অসম পেট্ৰ'কেমিকেলছৰ নতুন প্ৰকল্প ৷ এয়া অসমবাসীৰ বাবে নিঃসন্দেহে ভাল খবৰ ৷

বিজনীৰ সোনাই নৈৰ ওপৰৰ মৰনফান্দ সদৃশ এখন দলং

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত দায়াগুৰীৰ পৰা বাগৰগাঁও সোনাই নৈৰ ওপৰৰ মৰনফান্দ সদৃশ এখন দলং । যিখন দলঙৰে নিতৌ আহ-যাহ হয় শিক্ষাৰ্থী তথা ৰাইজ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.