ETV Bharat / state

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - news@9

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 23, 2021, 9:05 AM IST

মাজ নিশা গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে পীযুষ হাজৰিকা, ভৱেশ কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, জয়ন্ত মল্ল বৰুৱা, দিলীপ শইকীয়া, সাংসদ কুইন ওজাই উষ্ম আদৰণি জনায় ।

‘কা’ বাতিলৰ দাবী : ৰাজ্য়জুৰি আছুৰ জোঁৰ সমদল

ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰে আছুৰ প্ৰতিবাদ ৷ ‘কা‘ বাতিলকে ধৰি আন বহু সমস্যা সমাধানৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷

কৃষি আইন সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা বামপন্থী নেতাৰ

সৰভোগত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাবেশত অংশলৈ বৰ্ষীয়ান বামপন্থী নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষকক স্বাধীনতা প্ৰদান কৰিছে বুলি কয় ৷ কিন্তু তাৰ বিপৰীতে মোদী চৰকাৰে আম্বানী আৰু বিদেশী পুঁজিপতিৰ স্বাৰ্থত তিনিখন নতুনকৈ কৃষি আইন আনি কৃষকৰ ওপৰত মাধমাৰ মাৰিছে ৷

বদৰুদ্দিন আজমল থকা মহাজোঁটে 21ত বিজেপিক সহায় কৰিব !

বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি ৰাজ্য ৰেতম মন্ত্ৰী ৰঞ্জিত দত্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ পলাশবাৰী সমষ্টিত উপস্থিত হৈ বাগান জাৰাপাটা খেল পথাৰত ৰেচম পিয়ল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি দত্তই কয়,আগন্তক নিৰ্বাচনত মহাজোঁটৰ লগতে AJP আৰু ৰাইজৰ দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ লগতে বদৰুদ্দিনক সাম্প্ৰদায়িক আখ্যা দিয়ে ৰঞ্জিত দত্তই ৷

অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ পিছত এইবাৰ টাৱাংত চীনৰ বিৰুদ্ধে প্ৰতিবাদ । টাৱাঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

স্বয়ম আঁচনিৰ দ্বাৰা কাৰ্বি আংলঙৰ ২৭৩ টা আত্মসহায়ক গােটলৈ সাহায্য

তাৰালাংছ’ত আয়ােজিত যুৱ সৱলীকৰণ প্রকল্প স্বয়ম আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ । এই প্রকল্পৰ জৰিয়তে প্রথম পর্যায়ত কার্বি আংলং জিলাৰ ২৭৩ টা আত্ম সহায়ক গােটক সাহায্য প্রদান কৰা হয় ।

অসমক বিক্ৰী কৰিবলৈ পুনৰ আহিছে নৰেন্দ্ৰ মোদী: কৃষক মুক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণ সন্দৰ্ভত কৃষক মুক্তিৰ সংবাদমেল ৷ গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰে দলটোৱে ৷

নগাঁৱত ভূমি পট্টা দিয়াৰ নামত লাট মণ্ডলে হিতাধিকাৰীৰ পৰা সৰকাইছে টকা

ভূমিহীন লোকক চৰকাৰী ভূমি পট্টা দিয়াৰ নামত নগাঁৱত দুৰ্নীতি সংঘটিত ৷ কলিয়াবৰত লাট মণ্ডলে দুখীয়া ৰাইজৰ পৰা সৰকাইছে হাজাৰ হাজাৰ টকা ৷

বৰপেটাৰ খংৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটাৰ খঙৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাবে আহত ৷ সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ ৷ আহত লোক দুগৰাকী ক্ৰমে চাহিল আলী (17), গোলাম উচমান (12) বুলি চিনাক্ত ৷

কংগ্ৰেছে ব্ৰিটিছক খেদিছিল,এতিয়া বিজেপিকো খেদিব : গৌৰৱ গগৈ

শুকুৰবাৰে তিতাবৰত উপস্থিত হৈ সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলীয় বৈঠকত মিলিত হয় সাংসদ গৌৰৱ গগৈ ৷ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদতো অংশ লয় সাংসদ গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.