গুৱাহাটী, 22 আগষ্টঃ বুধবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত Chemists & Druggists Association of Assamৰ এখন সভাত অসমত এখন বিশেষ ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে সংস্থাটোৰ নেতৃবৰ্গই ৷ All India Organisation of Chemists & Druggistsৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডে,সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালকে প্ৰমুখ্য কৰি সংস্থাটোৰ নেতৃবৰ্গৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থকা এই সভাখনত ৰাষ্ট্ৰীয় সভাপতিজনে জনাই যে ফাৰ্মাচিষ্ট ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে স্থাপন হ'ব লগা এই মহাবিদ্যালয়খনৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ উল্লেখযোগ্য যে, সভাখনতে ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি আক্ষেপো কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷
অসমত হ'ব অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় - অসমত অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়
ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি আক্ষেপ All India Organisation of Chemists & Druggists ৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডেৰ ৷ নতুন ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা ৷
গুৱাহাটী, 22 আগষ্টঃ বুধবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত Chemists & Druggists Association of Assamৰ এখন সভাত অসমত এখন বিশেষ ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে সংস্থাটোৰ নেতৃবৰ্গই ৷ All India Organisation of Chemists & Druggistsৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডে,সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালকে প্ৰমুখ্য কৰি সংস্থাটোৰ নেতৃবৰ্গৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থকা এই সভাখনত ৰাষ্ট্ৰীয় সভাপতিজনে জনাই যে ফাৰ্মাচিষ্ট ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে স্থাপন হ'ব লগা এই মহাবিদ্যালয়খনৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ উল্লেখযোগ্য যে, সভাখনতে ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি আক্ষেপো কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷
Body:ইফালে অসমত এখন বিশেষ ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰে সংস্থাটোৰ নেতৃত্বই। ফাৰ্মাচিষ্ট ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই মহাবিদ্যালয় স্থাপন কৰা হ'ব। ইতিমধ্যেই এই মহাবিদ্যালয়ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জনাই All India Organisation of Chemists & Druggistsৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডে।
Conclusion:আনহাতে ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি কয় ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে এগৰাকী ভাল ফাৰ্মাচিষ্ট হোৱাৰ বাবে কেনেদৰে কাম কৰিব লাগে তাৰ বিষয়েও এই সভাতে আলোচনা কৰা হয়।
HIRUL HAQUE I GUWAHATI