ETV Bharat / state

মহাজোঁটৰ আংশীদাৰ হ'ল জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি

author img

By

Published : Mar 4, 2021, 7:32 PM IST

বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা সাতটা দলৰ মহাজোঁট বন্ধনত বান্ধ খালে আৰু এটা আঞ্চলিক শক্তি ।

new-party-join-congress-alliance
মহাজোঁটৰ আংশীদাৰ হ'ল জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি

গুৱাহাটী, 4 মাৰ্চ : বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা সাতটা দলৰ মহাজোঁট বন্ধনত বান্ধ খালে আৰু এটা আঞ্চলিক শক্তি ।

১৭ টা সমষ্টিত প্ৰভাৱ থকা জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হ'ল ।

ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত জিম' ছায়া দেউৰী পিপুলছ পাৰ্টীৰ সভাপতি মহেশ দেউৰীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি মহাজোঁটত যোগ দিয়ে ৷

লগতে পঢ়ক: দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.