গুৱাহাটী, 29 জুলাইঃ গুৱাহাটী ৰে'ল ষ্টেচনত যান বাহন চালকসকলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটৰ ওপৰত বাহন সমূহ ৰখাই থলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটতকৈ অধিক সময় অৰ্থাৎ প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 20 টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে 50 টকাৰ লগতে অতিৰিক্ত জি এছ টিও দিব লাগিব।
গুৱাহাটী ৰে'লৱে ষ্টেচনত দুচকীয়া গাড়ীত 10 টকা - assam news
প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা,তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 20 টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে 50 টকাৰ লগতে অতিৰিক্ত জি এছ টিও দিব লাগিব
গুৱাহাটী ৰে'লৱে ষ্টেচনত দুচকীয়া গাড়ীত 10 টকা
গুৱাহাটী, 29 জুলাইঃ গুৱাহাটী ৰে'ল ষ্টেচনত যান বাহন চালকসকলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটৰ ওপৰত বাহন সমূহ ৰখাই থলে ল'ব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ ৷ দহ মিনিটতকৈ অধিক সময় অৰ্থাৎ প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত 20 টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে 50 টকাৰ লগতে অতিৰিক্ত জি এছ টিও দিব লাগিব।
Intro:এতিয়াৰে পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত যান বাহন চালকসকলে লব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ
Body:গুৱাহাটী ৰেলৱে ষ্টেচনত বাহন সমূহ লৈ আহিলে মাত্ৰ দহ মিনিটৰ বাবে কোনোধৰণৰ পইচা পাতি নিদিয়াকৈ যান বাহন ৰখাব পাৰিব গাড়ী চালক সকলে ।
এতিয়াৰে পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত বাহন লৈ প্ৰৱেশ কৰাৰ লগে লগে প্ৰৱেশ পথত যান বাহন চালকসকলে লব লাগিব ইলেক্ট্ৰনিক পাৰ্কিং শ্লিপ। দহ মিনিটতকৈ অধিক সময় অৰ্থাৎ প্ৰৱেশ কৰা সময়ৰ পৰা দুঘণ্টালৈ দুচকীয়া বাহনত দহ টকা তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত ২০ টকা আৰু গধূৰ বাহনসমূহ ৰখাই থলে ৫০ টকাৰ লগতে অতিৰিক্ত জি এছ টিও লাগিব।
ইয়াৰোপৰিও দুঘণ্টাতাকৈ অধিক সময় যান বাহনসমূহ ৰখাই থলে চালক সকলে প্ৰতিঘণ্টাত দুচকীয়া বাহনত ৫ টকা, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনত ১০ টকা আৰু গধুৰ যান বাহনত ২৫ টকাকৈ আদায় দিব লাগিব লগতে অতিৰিক্ত জি এছ টি।
গুৱাহাটী ৰেলৱে ষ্টেচনত যান বাহনৰ পৰা পাৰ্কিংৰ ধন সংগ্ৰহ কৰিবলৈ ৰেল কতৃপক্ষই এক ঠিকা আবন্টন দিছে অসম চিমেনষ্টিল ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোক।
Byte: পাৰ্কিং কৰ্মচাৰী
Byte: গাড়ী চালক
Conclusion:এই নতুন পাৰ্কিং ব্যৱস্থাক সঁহাৰি জনাইছে গাড়ী চালক সকলে।
Asrar Ansari
গুৱাহাটী