গুৱাহাটী, 26 আগষ্ট : মহানগৰৰ সোণাপুৰ স্থিত কামৰূপ মহানগৰ জিলা অসামৰিক চিকিৎসালয়ত সোমবাৰে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে অনুষ্ঠিত সভাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই শুভাৰম্ভ কৰে পেলু নিৰ্মূলকৰণ আঁচনিখন ৷ উল্লেখ্য যে মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্য খনতে একৰ পৰা উন্নৈশ বছৰ বয়সৰ সকলোকৈ পেলু মুক্ত কৰাৰ বাবে এলবেণ্ডাজল টেবলেট সেৱনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উক্ত বয়সৰ প্ৰায় এক কোটি জনসংখ্যাক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ অনুষ্ঠানটোত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক জে.বি এন সুব্ৰমনিয়াম,কাৰ্যবাহী বিষয়া ডা অচ্যুৎ বৈশ্য আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিষয়া গনেশ শইকীয়া ৷
ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন - পীয়ুষ হাজৰিকাই শুভাৰম্ভ কৰে পেলু নিৰ্মূলকৰণ আঁচনি
সোণাপুৰৰ জিলা চিকিৎসালয়ত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসঃ উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা

গুৱাহাটী, 26 আগষ্ট : মহানগৰৰ সোণাপুৰ স্থিত কামৰূপ মহানগৰ জিলা অসামৰিক চিকিৎসালয়ত সোমবাৰে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে অনুষ্ঠিত সভাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই শুভাৰম্ভ কৰে পেলু নিৰ্মূলকৰণ আঁচনিখন ৷ উল্লেখ্য যে মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্য খনতে একৰ পৰা উন্নৈশ বছৰ বয়সৰ সকলোকৈ পেলু মুক্ত কৰাৰ বাবে এলবেণ্ডাজল টেবলেট সেৱনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উক্ত বয়সৰ প্ৰায় এক কোটি জনসংখ্যাক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ অনুষ্ঠানটোত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক জে.বি এন সুব্ৰমনিয়াম,কাৰ্যবাহী বিষয়া ডা অচ্যুৎ বৈশ্য আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিষয়া গনেশ শইকীয়া ৷
Body:
কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ স্থিত কামৰূপ মহানগৰ জিলা অসামৰিক চিকিৎসালয়ত সোমবাৰে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে অনুষ্ঠিত সভাতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই শুভাৰম্ভ কৰে পেলু নিৰ্মূলকৰণ আঁচনি খন। উল্লেখ্য যে কাইলৈৰ পৰা সমগ্ৰ ৰাজ্য খনতে একৰ পৰা উন্নৈশ বছৰ বয়সৰ সকলোকৈ পেলুমুক্ত কৰাৰ বাবে এলবেণ্ডাজল টেবলেট সেৱনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উক্ত বয়সৰ প্ৰায় এক কোটিক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক জে.বি এন সুব্ৰমনিয়াম,কাৰ্যবাহী বিষয়া ডা° অচ্যুৎ বৈশ্য,কামৰূপ মহানগৰ জিলা স্বাস্হ্য বিষয়া গনেশ শইকীয়া প্ৰমূখ্যে স্বাস্হ্য বিভাগৰ বিষয়া কৰ্মচাৰী,আশা কৰ্মী উপস্থিত থকা অনুষ্ঠানটোত মন্ত্ৰী গৰাকীয়ে পেলুমুক্ত অসম কৰাৰ বাবে সকলোৰে সহযোগ কামনা কৰে।
Conclusion:Asrar Ansari
Guwahati