ETV Bharat / state

নৰেন্দ্ৰ মোডী আধুনিক জিন্নাঃ তৰুণ গগৈ - JNU

JNUত সংঘটিত আক্ৰমণৰ ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেখেত কয় যে, JNUৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে ৷ পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল । বিজেপিয়ে এতিয়া জনতাৰ আস্থা হেৰুৱাই পেলাইছে । সেয়েহে এতিয়া দমন আৰু প্ৰলোভনৰে দেশ শাসন কৰিবলৈ চেষ্টা কৰিছে । হিটলাৰী শাসনৰ দিশে গতি কৰিছে দেশৰ শাসন ব্যৱস্থা ।

Narendra Modi is modern Jinna says tarun gogoi
নৰেন্দ্ৰ মোডী আধুনিক জিন্নাঃতৰুণ গগৈ
author img

By

Published : Jan 8, 2020, 1:45 PM IST

গুৱাহাটী,8 জানুৱাৰীঃ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শাসনাধীন বিজেপি চাৰকাৰখনৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আধুনিক জিন্নাৰ সৈতে একে আৰ্দশ নৰেন্দ্ৰ মোদীৰ বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

ইটিভিৰ সৈতে তৰুণ গগৈৰ সাক্ষাৎকাৰ

JNUত সংঘটিত আক্ৰমণৰ ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেখেত কয় যে,JNUৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে ৷ পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। বিজেপিয়ে এতিয়া জনতাৰ আস্থা হেৰুৱাই পেলাইছে। সেয়েহে এতিয়া দমন আৰু প্ৰলোভনৰে দেশ শাসন কৰিবলৈ চেষ্টা কৰিছে। হিটলাৰী শাসনৰ দিশে গতি কৰিছে দেশৰ শাসন ব্যৱস্থা ।

ইটিভিৰ সৈতে তৰুণ গগৈৰ সাক্ষাৎকাৰ

আনহাতে,অখিল গগৈৰ সৈতেও সম্পূৰ্ণ অন্যায়ৰ অভিযোগ তৰুণ গগৈৰ ৷ অখিল গগৈক জেললৈ পঠিয়ালে আন্দোলনৰ গতি স্তব্ধ নহয় বৰঞ্চ বেছিহে হ’ব ৷ জনতাই আন্দোলন নহয় চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। আগন্তুক নিৰ্বাচনত জনতাই চৰকাৰক উচিত শিক্ষা দিব ৷

ইটিভিৰ সৈতে তৰুণ গগৈৰ সাক্ষাৎকাৰ

লগতে পঢ়ক-ব্ৰেক্সিটৰ পক্ষত ব্ৰিটিছ ভোটাৰৰ ৰায় আৰু কিছু চিন্তা

Intro:নৰেন্দ্ৰ মোদী ভাৰতৰ আধুনিক জীন্না।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Body:বিজেপি চৰকাৰে দমন আৰু প্ৰলোভন ৰাজনীতি কৰি দেশৰ শাসন ব্যৱস্থা কৰিছে।

আধুনিক জীন্না নৰেন্দ্ৰ মোদী।

অখিল গগৈৰ সৈতে অন্যায় কৰা হৈছে।

কিন্তু দমন আৰু প্ৰলোভনৰে আন্দোলনৰ গতি ৰুধ কৰিব নোৱাৰে।

Conclusion:আগন্তুক নিৰ্বাচনৰ সময়ত জনতাই উচিত উত্তৰ দিব বিজেপি চৰকাৰক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.