গুৱাহাটী,20 এপ্ৰিলঃ অভিৱৰ্তনৰ সভাত সাম্প্ৰতিক সময়ৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতি আৰু দমনমূলক নীতিৰ বিৰোধিতা কৰে নাগৰিক সমাজে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰিবলৈও আহ্বান জনাই দত্তই ৷ তাৰোপৰি অসমৰ চাৰি জ্যেষ্ঠ সাংবাদিকক ৰাষ্ট্ৰদ্ৰোহী সজাই সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলি এই মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে।
গুৱাহাটীৰ পাণ্ডুত অসম নাগৰিক সমাজৰ অভিৱৰ্তন - ETV BHARAT
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহানগৰীৰ পাণ্ডুত অসম নাগৰিক সমাজৰ এক অভিৱৰ্তন অনুষ্ঠিত হয়।
![গুৱাহাটীৰ পাণ্ডুত অসম নাগৰিক সমাজৰ অভিৱৰ্তন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3052892-thumbnail-3x2-meeting.jpg?imwidth=3840)
গুৱাহাটী,20 এপ্ৰিলঃ অভিৱৰ্তনৰ সভাত সাম্প্ৰতিক সময়ৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতি আৰু দমনমূলক নীতিৰ বিৰোধিতা কৰে নাগৰিক সমাজে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰিবলৈও আহ্বান জনাই দত্তই ৷ তাৰোপৰি অসমৰ চাৰি জ্যেষ্ঠ সাংবাদিকক ৰাষ্ট্ৰদ্ৰোহী সজাই সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলি এই মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে।
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932