ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক -বিতৰ্ক চলি থকাৰ মাজতে আজি এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ মন্তব্য  কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ।

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া
author img

By

Published : Apr 19, 2019, 3:20 PM IST

গুৱাহাটী,19 এপ্ৰিল: "নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ । ৰাজনৈতিক দলসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাজনীতি কৰিছে, মই এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই৷" এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ ।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক -বিতৰ্ক চলি থকাৰ মাজতে আজি এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই । কেৱল এয়াই নহয়, দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কখন এটা ললিপপ বুলি উল্লেখ কৰি ৰাজনৈতিক দলসমূহে ইয়াকে লৈ ৰাজনীতি কৰিছে বুলি কয় নৱ কুমাৰ শৰণীয়াই ।

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া

সংবাদমেলত কংগ্ৰেছ আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰাৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলকো আক্ৰমণৰ লক্ষ্য কৰি লয় শৰণীয়াই । আজমলে ধুবৰী আৰু বৰপেটাত বসবাস কৰা বড়ো লোকসকলৰ ভোটৰ স্বাৰ্থতে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে বুলি কয় প্ৰাৰ্থীগৰাকীয়ে । লগতে আজমল ভগৱান নহয় আৰু আজমলৰ পানী জৰাৰ দিন আৰু নাই বুলিও মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ।আনহাতে, এইবাৰ কোকৰাঝাৰত 60 শতাংশ ভোট লাভ কৰিব বুলিও মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ।

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ। ৰাজনৈতিক দল সমূহে নাগৰিকত্ব সংশোধনী বিধেয়খনলৈ ৰাজনীতি কৰিছে, মই এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই মন্তব্য প্ৰকাশ কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই।

Body:নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থনত জনাই এফালে বিজেপি আনফালে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা চলাই থকাৰ মাজতে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। দিছপুৰ প্ৰেছ ক্লাৱত এক সাংবাদমেলত নৱ কুমাৰ শৰণীয়াই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক এটা ললিপপ আৰু ৰাজনৈতিক দল সমূহে ইয়াক লৈ ৰাজনীতি কৰিছে। মই এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে নৱ কুমাৰ শৰণীয়াই। শৰণীয়াই কংহৰেছ আৰু বি পি এফ প্ৰধান হাগ্ৰাম মহিলাৰীক আক্ৰমণ কৰাৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলকো আক্ৰমণ কৰে। আজমলে ধুবৰী আৰু বৰপেটাত বসবাস কৰা বড়ো লোক সকলৰ ভোটৰ স্বাৰ্থতে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে। আজমল ভগবান নহয়, আজমলৰ পানী ঝাৰৰ দিন আৰু নাই বুলিও মন্তব্য প্ৰকাশ কৰে নৱ কুমাৰ শৰণীয়াই।

বাইট : নৱ কুমাৰ শৰণীয়া

Conclusion:নৱ কুমাৰ শৰণীয়াই পূৰ্বৰ তুলনাত এইবাৰ অধিক ভোট লাভ কৰিব বুলি আশাবাদী। কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াই ৬০ শতাংশ ভোট লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.