ETV Bharat / state

তিনিদিনীয়াকৈ ঘোষণা কৰা চকাবন্ধ প্ৰত্যাহাৰ কৰিছে মটৰ শ্ৰমিক সন্থাই - strike witdorw

তিনিদিনীয়াকৈ ঘোষণা কৰা চকাবন্ধ প্ৰত্যাহাৰ কৰিছে মটৰ শ্ৰমিক সন্থাই । মঙলবাৰে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে গনেশগুৰিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে এই কথা ৷

motor sramik santha strike witdorw
তিনিদিনীয়াকৈ ঘোষণা কৰা চকাবন্ধ প্ৰত্যাহাৰ কৰিছে মটৰ শ্ৰমিক সন্থাই
author img

By

Published : Jan 26, 2021, 4:41 PM IST

গুৱাহাটী, 26 জানুৱাৰী : তিনিদিনীয়াকৈ ঘোষণা কৰা চকাবন্ধ প্ৰত্যাহাৰ কৰিছে মটৰ শ্ৰমিক সন্থাই । মঙলবাৰে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে গনেশগুৰিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে এই কথা ৷

উল্লেখ্য যে, মঙলবাৰে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব মটৰ শ্ৰমিক পৰিষদ ৷ এই আলোচনাত কোনো সুফল নাপালে পৰবৰ্তী সময়ত ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ লগতে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত চকাবন্ধ ঘোষণা কৰিব বুলি অৱগত কৰে সংগঠনটোৱে ৷ মটৰ চালক-কৰ্মচাৰীসকলে দীৰ্ঘ দিনৰ পৰা কৰি অহা দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ বাবেই মটৰ পৰিবহন সন্থাই চকাবন্ধৰ ঘোষণা কৰিছিল ৷ কৰ‘ণাসৃষ্ট পৰিস্থিতিৰ সময়ত কেইবা মাহ ধৰি যান-বাহন বন্ধ হৈ আছিল ৷ কিন্তু সেই জটিল সময়ত চৰকাৰৰ পৰা কোনো সাহায্য লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে মটৰ চালক সন্থাই ৷
লগতে পঢ়ক: মুকালমুৱাত কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.