ETV Bharat / state

কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

কেবৰ বিৰোধিতাত মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলৰ প্ৰতিবাদ ৷

author img

By

Published : Dec 9, 2019, 7:37 PM IST

MOTHER OLD AGE HOME PEOPLE PROTEST
কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

গুৱাহাটী, ৯ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে শিক্ষাৰ্থী,শিল্পী,বিদ্বৎ সমাজে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে। সোমবাৰে গুৱাহাটী মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে হাতে হাতে প্লে'কাৰ্ড লৈ বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। বৃদ্ধাৱাসৰ আৱাসীসকলে কেব আমাক নালাগে শ্ল'গানেৰে চৌদিশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কখনৰ বিৰোধিতা কৰে ৷ বৃদ্ধাৱাসৰ আইতাসকলে লগতে এই বিধেয়কখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে।

কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

লগতে পঢ়কঃ যোৰহাটত গণসত্যাগ্ৰহ, বিধেয়ক বিৰোধিতাৰে উভতাই আনিছে ৮৩ৰ পৰিৱেশ

Intro:মাডাৰ বৃদ্ধাশ্ৰমৰ আইতা সকলৰ প্ৰতিবাদBody:এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰিলে মাডাৰ বৃদ্ধাৱাসৰ আৱাসী সকলে ৷ সকলো আৱাসীয়ে কেব আমাক নালাগে বুলি শ্ল'গান দি বিধেযকৰ বিৰুধিতা কৰে ৷ লগতে কোনো কাৰনতে এই বিধেয়ক মানি নলও বুলি মন্তব্য কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল প্ৰতিগৰাকী আইতা ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.