ETV Bharat / state

‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি

author img

By

Published : Jan 20, 2020, 10:20 PM IST

গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠান প্ৰচাৰিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সমান্তৰালকৈ গুৱাহাটীৰ টিছি ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়তো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা যায় ৷

Modi's pariksha pe charcha get huge support in Assam
‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি

গুৱাহাটী,20 জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি ৷ গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীৰ এই অনুষ্ঠান প্ৰচাৰিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সমান্তৰালকৈ গুৱাহাটীৰ টি চি ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়তো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা যায় ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে কয় যে,‘ ইয়াৰ দ্বাৰা আমি বহুত নজনা কথা জানিব পাৰিছো লগতে আমি ইয়াৰ পৰা বহু পৰিমাণে অনুপ্ৰাণিত হৈছো ৷ পৰীক্ষাৰ সময়ত ইয়াৰ পৰা আমি আমাৰ আত্মবিশ্বাস অধিক মজবুত কৰিব পাৰিম ৷’

আনহাতে, টি চি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিৰঞ্জীৱ ডাঙৰীয়াই কয়, ‘এই অনুষ্ঠানটো সময়োপযোগী হৈছে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ’ব ৷

লগতে পঢ়ক-2001ৰ ঢাকা বোমা বিস্ফোৰণৰ 10 অভিযুক্তক মৃত্যুদণ্ড

Intro:প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা' অনুস্থান অসমতো ব‍্যাপক সঁহাৰি। গুৱাহাটীৰ বহু কেইখন শিক্ষানুষ্ঠানত মোডীৰ এই অনুষ্ঠান প্ৰচাৰিত হয় আৰু ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

Body:গুৱাহাটীৰ টি ছি ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়তো অনুৰূপ দৃশ্য দেখা যায়। ছাত্র ছাত্ৰী সকলে পুৱাতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰীক্ষা পে চৰ্চা অনুস্থান ভাগ লৈ কয়- 'ইয়াৰ দ্বাৰা আমি বহু নজনা কথা জানিব পাৰিছোঁ লগতে আমি ইয়াৰ পৰা বহু পৰিমানে অনুপ্ৰাণিত হৈছোঁ।
পৰীক্ষাৰ সময়ত ইয়াৰ পৰা আমি আমাৰ আত্মবিশ্বাস অধিক মজবুত কৰিব পাৰিম।'

Conclusion:আনহাতে টি চি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিৰঞ্জীৱ ডাঙৰীয়াই কয়,' এই অনুষ্ঠানটো সময়োপযোগী হৈছে ইয়াৰ দ্বাৰা ছাত্র- ছাত্ৰী সকল বহু পৰিমাণে উপকৃত হ'ব।'
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.