ETV Bharat / state

অভিজিত শৰ্মাক উভতি ধৰিলে মন্ত্ৰী ভৱেশ কলিতাই

এ.পি.ডব্লিউ ৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ অভিযোগ খণ্ডন কৰি সংবাদমেল সম্বোধন মন্ত্ৰী ভৱেশ কলিতাৰ

সোমবাৰে মহানগৰীৰ মন্ত্ৰীৰ আৱাসগৃহত সংবাদমেল
author img

By

Published : Apr 29, 2019, 7:04 PM IST

Updated : Apr 29, 2019, 11:59 PM IST

গুৱাহাটী,29 এপ্ৰিলঃ সোমবাৰে মহানগৰীৰ মন্ত্ৰী আৱাসগৃহত মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল । এ.পি.ডব্লিউ ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ ভিত্তিহীন বুলি সংবাদমেলযোগে প্ৰকাশ মন্ত্ৰী ভৱেশ কলিতাৰ ৷

সোমবাৰে মহানগৰীৰ মন্ত্ৰীৰ আৱাসগৃহত সংবাদমেল

সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে জনাই যে, "জালুকবাৰীৰ তিনিটা প্ৰকল্পত কেলেংকাৰী সংঘটিত হোৱা বুলি কৰা অভিযোগ সম্পূৰ্ণ মিছা । ২০১৪-১৫ ত অনুমোদিত হৈছিল এই প্ৰকল্প কিন্তু এই বিত্তীয় বৰ্ষতহে টকা মুকলি কৰা হৈছে । বৰ্তমান কেন্দ্ৰয়ে ৯০ কোটি টকা আৱণ্টন দিছে যদিও অধিসূচনা থকাৰ বাবে ধন মোকলাই দিব পৰা হোৱা নাই ।" আনহাতে মন্ত্ৰী গৰাকীৰ প্ৰত্যাহ্বান ,"মই যদি দুৰ্নীতি কৰিছোঁ প্ৰমাণ কৰক মই ফুলাম গামোচা পিন্ধাম ৰাজহুৱা স্থানত এ.পি.ডব্লিউৰ সভাপতিক" । লগতে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰো তৰিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে ।

Intro:সোমবাৰে মহানগৰীৰ মন্ত্ৰী অবাসগৃহত মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল । Assam Public Work ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ ভিত্তিহীন । জালুকবাৰীৰ তিনিটা প্ৰকল্পত কেলেংকাৰী সংঘটিত হোৱা বুলি কৰা অভিযোগ সম্পুৰ্ণ মিছা । ২০১৪-১৫ ত অনুমোদিত হৈছিল এই প্ৰকল্প কিন্তু এই বিত্তীয় বৰ্ষত হে টকা মুকলি কৰা হৈছে । বৰ্তমান কেন্দ্ৰয়ে ৯০ কোটি টকা অৱণ্টন দিছে যদিও অধিসূচনা থকাৰ বাবে ধন মুকলাই দিব পৰা হোৱা নাই । আনহাতে মন্ত্ৰী গৰাকীৰ পর্যত্যহ্বান মই যদি দুৰ্নীতি কৰিছোঁ প্ৰমাণ কৰক মই ফুলাম গামোচা পিন্ধাম ৰাজুৱা স্থানত APW সভাপতিক । লগতে মিছা অভিযোগ উত্থাপিন কৰাৰ বাবে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰো তৰিব মন্ত্ৰী গৰাকীয়ে ।

Body:সোমবাৰে মহানগৰীৰ মন্ত্ৰী অবাসগৃহত মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল । Assam Public Work ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ ভিত্তিহীন । জালুকবাৰীৰ তিনিটা প্ৰকল্পত কেলেংকাৰী সংঘটিত হোৱা বুলি কৰা অভিযোগ সম্পুৰ্ণ মিছা । ২০১৪-১৫ ত অনুমোদিত হৈছিল এই প্ৰকল্প কিন্তু এই বিত্তীয় বৰ্ষত হে টকা মুকলি কৰা হৈছে । বৰ্তমান কেন্দ্ৰয়ে ৯০ কোটি টকা অৱণ্টন দিছে যদিও অধিসূচনা থকাৰ বাবে ধন মুকলাই দিব পৰা হোৱা নাই । আনহাতে মন্ত্ৰী গৰাকীৰ পর্যত্যহ্বান মই যদি দুৰ্নীতি কৰিছোঁ প্ৰমাণ কৰক মই ফুলাম গামোচা পিন্ধাম ৰাজুৱা স্থানত APW সভাপতিক । লগতে মিছা অভিযোগ উত্থাপিন কৰাৰ বাবে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰো তৰিব মন্ত্ৰী গৰাকীয়ে ।

Conclusion:
Last Updated : Apr 29, 2019, 11:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.