ETV Bharat / state

14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলী - শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ জানিব পৰা মতে গীতানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বেৰমান আলিক ৷ এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে আদালতে ৷

MLA Sherman ali sent to judicial custody for 14 days
14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলি
author img

By

Published : Oct 7, 2021, 8:18 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ : শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ জানিব পৰা মতে গীতানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বেৰমান আলিক ৷ এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে আদালতে ৷

ইযাৰ পূৰ্বে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ৷ পানবজাৰ আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও দুদিনৰ অনুমতি প্ৰদান কৰিছিল CJM আদালতে ।

শ্বেৰমান আলীৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে আদালতে । উল্লেখ্য যে, গৰুখুঁটি ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বহীদক ঘাতক আখ্যা দিছিল শ্বেৰমান আলি আহমেদে ৷ ইয়াৰ পাচতে উত্তাল হৈ পৰিছিল ৰাজ্য ৷

লগতে পঢ়ক: পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মাত শ্বেৰমান আলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.