ETV Bharat / state

দুলু আহমেদৰ ফেচবুক প’ষ্টৰ প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ

কংগ্ৰেছ নেতা দুলু আহমেদে ফেচবুকত কৰা এক মন্তব্যৰ পাচতেই এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

দুলু আহমেদৰ ফেচবুক প’ষ্টৰ প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ
author img

By

Published : Jul 28, 2019, 1:58 PM IST

দুলু আহমেদৰ মন্তব্যৰ পাচত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া ...

  • এতিয়া আমাৰ বেয়া দিন।
  • দেউতাৰ চাকৰি গল
  • ঘৰৰ মানুহবোৰে নিজৰ নিজৰ প্ৰাপ্য বিচাৰাত ঘৰখনত অলপ খেলিমেলি লাগিছে
  • সকলোৱেই ধৈৰ্য ধৰক
  • এনেধৰণৰ প’ষ্ট ছচিয়েল মিডিয়াত কোনেও নিদিব
  • দলৰ স্বাৰ্থত সকলো একগোট হৈ থকা ভাল
    ETV BHARAT
    দুলু আহমেদৰ ফেচবুক প’ষ্টটো

Intro:দুলু আহমেদৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ।
Body:এতিয়া আমাৰ বেয়া দিন।
দেউতাৰ চাকৰি গল।
ঘৰৰ মানুহবোৰে নিজৰ নিজৰ প্ৰাপ্য বিচাৰাত ঘৰখনত অলপ খেলিমেলি লাগিছে।
Conclusion:গতিকে সকলোৱেই ধৈৰ্য ধৰক।
এনে ধৰণৰ পোষ্ট ছচিয়েল মিডিয়াত কোনোও নিদিবলৈ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ।
দলৰ স্বাৰ্থত সকলো একগোট হৈ থকা ভাল ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.