ETV Bharat / state

অসম বন্ধৰ বাবে চৰকাৰী কাৰ্যসূচী বাতিল মন্ত্ৰী ৰিহন দৈমাৰীৰ !

author img

By

Published : Sep 6, 2019, 5:04 PM IST

শুকুৰবাৰে ৰাষ্ট্ৰীয় বজৰং দলে আহ্বান জনোৱা অসম বন্ধৰ বাবে চৰকাৰী ভৱন উদ্ধোধনী অনুষ্ঠান বাতিল মন্ত্ৰী ৰিহন দৈমাৰীৰ ৷

অসম বন্ধৰ বাবে চৰকাৰী কাৰ্যসূচী বাতিল মন্ত্ৰী ৰিহন দৈমাৰীৰ !!

গুৱাহাটী, 06 চেপ্টেম্বৰ : শুকুৰবাৰে ৰাষ্ট্ৰীয় বজৰং দলে আহ্বান জনোৱা অসম বন্ধলৈ যেন আওপকীয়াকৈ সমৰ্থন জনালে অসম চৰকাৰে ৷ কিয়নো সকলো সজাই পৰাই তোলাৰ পাচতো মহানগৰীৰ হেঙেৰাবাৰীত পি. এইচ.ইৰ নতুন ভৱনৰ মুকলি অনুষ্ঠানত উপস্থিত নহ'ল মন্ত্ৰী ৰিহন দৈমাৰী ৷ মন্ত্ৰী গৰাকীয়ে ফোনযোগে ব্যক্তিগত কাম থকা বাবে উপস্থিত থাকিব নোৱাৰাৰ কথা জনাইছে যদিও পি এইচ ইৰ ভিতৰুৱা খবৰ মতে বজৰং দলে বন্ধ ঘোষণা কৰাৰ বাবেই মন্ত্ৰী ৰিহন দৈমাৰী অনুষ্ঠানত উপস্থিত নাথাকিল বুলি জানিব পৰা গৈছে ৷

Intro:বজৰং দলৰ বন্ধৰ প্ৰভাৱ ।ৰিহন দৈমাৰী।নাহিল PHE ৰ নতুন ভৱন মুকলি অনুষ্ঠানত ।

Body:সকলো সজাই তোলাৰ পিছত হঠাৎ আহিল মন্ত্ৰী ৰ ফোন ।বাতিল হল অনুষ্ঠান ।কাৰ্যবাহী অভিযন্তা ই জনোৱা মতে ব্যক্তিগত কাম থকা বাবে উপস্থিত থাকিব নোৱাৰিলে, কিন্তু PHE ৰ ভিতৰুৱা খবৰ মতে বজৰং দলে বন্ধ ঘোষণা কৰাৰ বাবে নাহিল মন্ত্ৰী ।হেঙেৰাবাৰীত মুকলি কৰা আছিল PHE ৰ নতুন ভৱনটো ‌

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.