ETV Bharat / state

বহিঃৰাজ্যত আবদ্ধ অসমৰ শ্ৰমিকক আৰ্থিক সাহাৰ্য্য তৰুণ গগৈৰ

"উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট"ৰ পৰা ৫ লাখ টকাৰ সাহাৰ্য্য ৷

as_ghy_03_tarun gogoi_as10002
বহিঃৰাজ্যত আবদ্ধ অসমৰ শ্ৰমিকক আৰ্থিক সাহাৰ্য্য তৰুণ গগৈৰ
author img

By

Published : May 19, 2020, 6:25 PM IST

গুৱাহাটী,19মেঃ লক ডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ অসমৰ বহু শ্ৰমিক এই শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বাছেৰে আহিব বিচৰা বহি:ৰাজ্যত আৱদ্ধ দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

বহিঃৰাজ্যত আবদ্ধ অসমৰ শ্ৰমিকক আৰ্থিক সাহাৰ্য্য তৰুণ গগৈৰ

এই লোকসকলৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ নামত থকা "উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট"ৰ পৰা ৫ লাখ টকাৰ সামান্য সাহাৰ্য্য ঘোষণা কৰে। এই সংকটৰ সময়চোৱাত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ কিছু সকাহ হোৱাৰ উদ্দেশ্যে এই সাহায্য ঘোষণা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

লগতে পঢ়কঃ নগাঁৱত পুনৰ তৃতীয় জন COVID-১৯ ত আক্ৰান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.