গুৱাহাটী,২৪ মাৰ্চ : দেওবাৰে গুৱাহাটী কাটাবাৰীৰ দাতালপাৰা স্থিত কাদৰিয়া মোজাদ্দিয়া টেগিয়া প্ৰাংগনত আয়োজন কৰা হয় মিলাড-ই-মেহফিলৰ । এই মিলাড-ই-মেহফিলত বিহাৰ,উত্তৰ প্ৰদেশকে ধৰি অসমৰ বহুইছলাম ধৰ্মী লোকেঅংশগ্ৰহণ কৰে । সকলো ইছলাম ধৰ্মী লোকএকেলগ হৈ মেহফিলত নাত, তকৰীৰ পাছত দোৱা কৰে ।
গুৱাহাটীত উদযাপন মিলাড-ই-মেহফিল - গুৱাহাটী
গুৱাহাটী কাটাবাৰীৰ দাতালপাৰা স্থিত কাদৰিয়া মোজাদ্দিয়া টেগিয়া প্ৰাংগনত আয়োজন কৰা হয় মিলাড-ই-মেহফিলৰ
গুৱাহাটীত উদযাপন মিলাড-ই-মেহফিল
গুৱাহাটী,২৪ মাৰ্চ : দেওবাৰে গুৱাহাটী কাটাবাৰীৰ দাতালপাৰা স্থিত কাদৰিয়া মোজাদ্দিয়া টেগিয়া প্ৰাংগনত আয়োজন কৰা হয় মিলাড-ই-মেহফিলৰ । এই মিলাড-ই-মেহফিলত বিহাৰ,উত্তৰ প্ৰদেশকে ধৰি অসমৰ বহুইছলাম ধৰ্মী লোকেঅংশগ্ৰহণ কৰে । সকলো ইছলাম ধৰ্মী লোকএকেলগ হৈ মেহফিলত নাত, তকৰীৰ পাছত দোৱা কৰে ।
Intro:JASN E GHOUSUL E AZAM ALLAHO TALLA ANHU MILAD E MEHFILঅয়ীজন।
Body:প্ৰত্যেক বছৰৰ দৰে এইবছৰো গুৱাহাটী মহানগৰীৰ কাটাবাৰীৰ দাতালপাৰা স্থিত কাদৰিয়া মোজাদ্দিয়া টেগিয়া প্ৰাংগণত JASN E GHOUSUL E AZAM ALLAHO TALLA ANHU MILAD E MEHFILৰ আয়োজন কৰা হয়। এই মিলাদে মেহফিলত বিহাৰ,উত্তৰ প্ৰদেশকে ধৰি অসমৰ বহুত ইছলাম ধৰ্মী বিদ্যামান লোকসকলে অংশগ্ৰহণ কৰে। এই মিলাদে মেহফিলত নাত, তকৰীৰ পাছত দেৱা কৰা হৈ।
Byte
Conclusion:Asrar Ansari
গুৱাহাটী