ETV Bharat / state

গুৱাহাটীত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেহত কোভিড-19 পজিটিভ

যুৱক জন নাৰেংগীৰ 2 নং কেন্দ্ৰগুৰিৰ জয়ন্ত দাস(22) বুলি প্ৰকাশ কৰিছে প্ৰশাসনে ৷

Medical representative found covid-19 positive at Narengi, Guwahati
গুৱাহাটীত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেহত কোভিড-19 পজিটিভ
author img

By

Published : Jun 15, 2020, 9:47 AM IST

গুৱাহাটী, 15 জুন: মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । সোমবাৰে কোনোধৰণৰ ট্ৰেভেল হিস্ত্ৰি নথকা যুৱকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ আক্ৰান্ত যুৱক জন নাৰেংগীৰ 2 নং কেন্দ্ৰগুৰিৰ জয়ন্ত দাস(22) বুলি প্ৰকাশ কৰিছে প্ৰশাসনে ৷ পেচাত এজন মেডিকেল ৰিপ্ৰেজেনটেটিভ হিচাপে কৰ্মৰত যুৱকজন ৷

Medical representative found covid-19 positive at  Guwahati
গুৱাহাটীত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেহত কোভিড-19 পজিটিভ

উল্লেখ্য যে, যুৱক জনৰ দেহত কৰ'ণাৰ কোনোধৰণৰ লক্ষনে দেখা দিয়া নাছিল ৷ স্বাৱ টেষ্টতহে যুৱক জনৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ যুৱক জনক ইতিমধ্যেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছে স্বাস্থ্য বিভাগে ৷ লগতে নুনমাটি আৰক্ষী আৰু স্বাস্থ্য বিভাগে ছিল কৰি দিছে যুৱক জনৰ 2 নং কেন্দ্ৰগুৰিৰ বাসগৃহটো । ঘটনাক কেন্দ্ৰ কৰি আতংকিত অঞ্চলবাসী ।

লগতে পঢ়কঃ তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.