ETV Bharat / state

মহানগৰীত বন জুইৰ আতংক

একে সময়তে অগ্নিগৰ্ভা দুখনকৈ পাহাৰ

author img

By

Published : Feb 26, 2019, 12:02 PM IST

Updated : Feb 26, 2019, 12:21 PM IST

বন জুইৰ আতংক

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: সোমবাৰে মহানগৰীত দুটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। একে সময়তে মহনগৰীৰ দুখনকৈ পাহাৰত অগ্নিসংযোগ হয়।

বন জুইৰ আতংক

আশ্বৰ্যজনক ভাৱেমহানগৰী নিশা সঞ্জীৱনী হস্পিতাল আৰু স্বাগত হস্পিতালৰ সমিপৱৰ্তী নিলাচল পাহাৰ আৰু মহানগৰৰ সাতমাইল APRO পথৰ দাঁতিত থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাহাৰত একেয়ময়তে অগ্নিসংযোগ হয়। অৱশ্যে এই বনজুইত কোনো লোক আহত হোৱা নাই । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে এই বনজুইৰ কাৰণ জানিব পৰা হোৱা নাই । ইপিনে অগ্নিনিৰ্বাপক বাহিনীয়ে পাহাৰৰ এলেকাত বাস কৰা আবাসীকসকলে বাসগৃহৰ পাচ ফালে থকা জংঘল কাটি চাফচিকুণ কৰি ৰাখিবলৈ আহ্বান জনায়।

Slug: A_GHY_26FEB_801_NIGHT FIRE_HIRUL HAQUE

নিশা মহানগৰীত বন জুইৰ আতংক। একে সময়তে দুখনকৈ পাহাৰত লাগিল জুই। প্ৰথমে নীলাচল পাহাৰত সংঘটিত হয় বনজুইৰ ঘটনা। সঞ্জীৱনী হস্পিতাল আৰু স্বাগত হস্পিতালৰ পিছ পিনে এই বনজুই। বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে বন জুই। সৌভাগ্যক্ৰমে বনজুইৰ পৰা ৰক্ষা পৰে নিলাচল পাহাৰৰ আবাস গৃহসমূহ। ইফালে একে সময়তে বন জুইৰ ঘটনা মহানগৰৰ সাতমাইল APRO পথৰ দাঁতিত থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাহাৰত। বন জুইত কোনো লোক হতাহত হোৱা নাই। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। এই বনজুইৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আনহাতে পাহাৰৰ এলেকাত বাস কৰা আবাসীকসকলে জংঘল কাটি চাফচিকুণ কৰি ৰাখিবলৈ আহ্বান অগ্নিনিৰ্বাপকবাহিনীৰ।।

Visual-FTP
(Hirul Haque/Guwahati) 
Last Updated : Feb 26, 2019, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.