ETV Bharat / state

গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ

author img

By

Published : Dec 19, 2019, 2:56 AM IST

বুধবাৰে গুৱাহাটীৰ ফাচীবজাৰৰ পৰা লতাশিললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মাৰোৱাৰী সমাজে । তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন 2019

মাৰোৱাৰী সমাজ
গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ

গুৱাহাটী, 18 ডিচেম্বৰঃ ৰাজ্যজুৰি অধিক তীব্ৰতৰ হৈছে সংশোধিত নাগৰিকত্ব আইন ২০১৯ বিৰোধী প্ৰতিবাদ । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত । বুধবাৰে আইনখনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল মাৰোৱাৰী সমাজ । অসমৰ ভাষা সংস্কৃতিক আদৰি লোৱা মাৰোৱাৰী সমাজেও ক'লে এই কলা আইন প্ৰত্যাহাৰ কৰক । আছুকে ধৰি অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচীক নৈতিক সমৰ্থন আগবঢ়াই গুৱাহাটীৰ মাৰোৱাৰী সমাজে ।

গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ

বুধবাৰে গুৱাহাটীৰ ফাচীবজাৰৰ পৰা লতাশিললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মাৰোৱাৰী সমাজে । তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন 2019 । চৰকাৰী পক্ষৰ দমন আৰু শোষণ নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজৰ লগত একলগ হৈ যুজি যোৱাৰ সংকল্প মাৰোৱাৰী সমাজৰ।

Intro:ৰাজ্যজুৰি অধিক তীব্ৰতৰ হৈছে সংশোধিত নাগৰিকত্ব আইন ২০১৯ বিৰোধী প্ৰতিবাদ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে জাতিধ্বংসী কা' বাতিলৰ দাবীত। এইবাৰ কা'ৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল মাৰোৱাৰী সমাজ। অসমৰ ভাষা সংস্কৃতিক আদৰি লোৱা মাৰোৱাৰী সমাজেও ক'লে এই কলা আইন প্ৰত্যাহাৰ কৰক। আছুকে ধৰি অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচীক নৈতিক সমৰ্থন আগবঢ়াই গুৱাহাটীৰ মাৰোৱাৰী সমাজে। বুধবাৰে গুৱাহাটীৰ ফাচীবজাৰৰ পৰা লতাশিললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মাৰোৱাৰী সমাজে। তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন। চৰকাৰী পক্ষৰ দমন আৰু শোষণ নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজৰ লগত একলগ হৈ যুজি যোৱাৰ সংকল্প মাৰোৱাৰী সমাজৰ। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.