ETV Bharat / state

গুৱাহাটীত বিশ্ব মেলেৰিয়া দিৱস পালন - গুৱাহাটী

সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পালন বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকলবস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠান ।

গুৱাহাটীত বিশ্ব মেলেৰিয়া দিৱস পালন
author img

By

Published : Apr 25, 2019, 8:14 PM IST

গুৱাহাটী,২৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি বৃহস্পতিবাৰে পালন কৰা হৈছে বিশ্ব মেলেৰিয়া দিৱস । ৰাজ্যখনৰো বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত পালন কৰা হৈছে এই মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকলবস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠান । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশ্বৰ মালাকাৰ । তেঁওৰ লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগম আৰু মেলেৰিয়া বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু নাৰিকলবস্তিৰ বাসিন্দা সকল ।

গুৱাহাটীত বিশ্ব মেলেৰিয়া দিৱস পালন

অনুষ্ঠানটোত মেলেৰিয়া ৰোগ কেনেকৈ নিৰ্মূল কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হয় । উল্লেখ্য যে,২০১৮ বৰ্ষত সমগ্ৰ বিশ্বত মেলেৰিয়া ৰোগ হোৱা লোকৰ সংখ্যা হৈছে ২১৯ মিলিয়ন । ইয়াৰে মৃত্যুমুখত পৰে ৪ লাখ ৩৫ হাজাৰ লোকে ।

পঢ়কঃ গোলাঘাটত বিশ্ব মেলেৰিয়া দিৱস উদযাপন

Intro:সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকল বস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠানৰ । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশৰ মালাকাৰ । লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগম আৰু মেলেৰিয়া বিভাগৰ কেবাগৰাকী বিষয়া লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু নাৰিকল বস্তি বাসিন্দা সকল । মেলেৰিয়া ৰোগৰ পৰা কেনেকৈ নিৰ্মল কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হয় এই অনুষ্ঠানত । ২০১৮ বৰ্ষত সমগ্ৰ বিশ্বত মেলেৰিয়া ৰোগ হোৱা লোকৰ সংখ্যা হৈছে ২১৯ মিলিয়ন । ইয়াৰে ৪ লাখ ৩৫ হাজাৰ লোক মৃত্যুৰ মুখত পৰিছিল ।

Body:সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকল বস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠানৰ । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশৰ মালাকাৰ । লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগম আৰু মেলেৰিয়া বিভাগৰ কেবাগৰাকী বিষয়া লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু নাৰিকল বস্তি বাসিন্দা সকল । মেলেৰিয়া ৰোগৰ পৰা কেনেকৈ নিৰ্মল কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হয় এই অনুষ্ঠানত । ২০১৮ বৰ্ষত সমগ্ৰ বিশ্বত মেলেৰিয়া ৰোগ হোৱা লোকৰ সংখ্যা হৈছে ২১৯ মিলিয়ন । ইয়াৰে ৪ লাখ ৩৫ হাজাৰ লোক মৃত্যুৰ মুখত পৰিছিল ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.