ETV Bharat / state

প্ৰকৃতি সুৰক্ষা সজাগতাৰ বাবে লায়নচ ক্লাৱ চেন্নাইৰ চাইকেল ৰেলী

author img

By

Published : Nov 24, 2019, 2:45 PM IST

3 হাজাৰ কিঃমিঃ পথ অতিক্ৰম কৰি , ১১ গৰাকী বৰ্ষীয়ান চাইক্লিষ্টৰ চাইকেল ৰেলী ৷

প্ৰকৃতি সুৰক্ষা সজাগতাৰ বাবে লায়নচ ক্লাৱ চেন্নাইৰ চাইকেল ৰেলী

গুৱাহাটী, 24 নৱেম্বৰঃ গোলকীয় উষ্ণতা আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যে গুৱাহাটীৰ ছাত্ৰীবাৰীস্থ লায়নচ ক্লাবৰ চাইকেল ৰেলী ৷ ১১ গৰাকী বৰ্ষীয়ান চাইক্লিষ্টে অংশ গ্ৰহণ কৰে এই চাইকেল ৰেলীত ৷

যিটো সময়ত একাংশ লোকে প্ৰকৃতি ধ্বংস কৰি জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, সেইটো সময়তে গুৱাহাটীৰ লায়নচ ক্লাব চেন্নাইৰ সদস্য সকলে ল'লে এক প্ৰশংসনীয় পদক্ষেপ ৷ ভৱিষ্যৎ সুৰক্ষা, গছ সুৰক্ষা আৰু পানী সংৰক্ষণ কৰাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাহিৰ কৰে চাইকেল ৰেলীৰ ৷

'ট্যুৰ দ্যা লায়নচ' নামৰ এই ৰেলীয়ে ইতিমধ্যে 3 হাজাৰ কঃ:মিঃ পথ অতিক্ৰম কৰি গুৱাহাটী মহানগৰীত উপস্থিত হৈছে ৷ ১১ গৰাকী বৰ্ষীয়ান চাইক্লিষ্টে অংশ লোৱা এই ৰেলীত সোনাৰাম খেলপথাৰত ফ্লেগ অৱ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ গুৱাহাটীৰ সোনাৰাম খেলপথাৰৰ পৰা দলটোৱে পোনে-পোনে ছাত্ৰীবাৰীত থকা লায়নচ ক্লাৱৰ চকু হাস্পতাললৈ ৰাওনা হয় ৷ মূলত সমগ্ৰ দেশত দেখা দিয়া পানীৰ সংকট, প্ৰকৃতি সলনিৰ বাবে জনসাধাৰনে কি দৰে মোকাবিলা কৰিব তাৰ ওপৰতে সজাগতাৰ বৃদ্ধিৰ বাবেই এই চাইকেল ৰেলী উলিয়াই ৷

Intro:চাইকেল ৰেলীBody:ভৱিষ্যত সুৰক্ষা, গছ সুৰক্ষা আৰু পানী সংৰক্ষন কৰাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে লায়নচ ক্লাৱ চেন্নাইয়ে চাইকেল ৰেলী উলিয়াই ৷ ট্যুৰ দ্যা লায়নচ নামৰ এই ৰেলীয়ে ইতিমধ্যে তিনি হাজাৰ কি:মি: অতিক্ৰম কৰি গুৱাহাটী মহানগৰীত উপস্থিত হৈছে ৷ ১১ গৰাকী বৰ্ষীয়ান চাইক্লিষ্টে অংশ লোৱা এই ৰেলী আজি সোনাৰাম খেলপথাৰত ফ্লেগ অৱ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ সোনাৰাম খেলপথাৰৰ পৰা দলটোৱে পোনে পোনে ছাত্ৰীবাৰীত থকা লায়নচ ক্লাৱৰ চকু হাস্পতাললৈ ৰাওনা হয় ৷ মূলত সমগ্ৰ দেশত দেখা দিয়া পানীৰ সংকট, প্ৰকৃতি সলনিৰ বাবে জনসাধাৰনে কি দৰে মকাবিলা কৰিব তাৰ ওপৰতে সজাগ সৃষ্টি কৰিছে দলটোৱে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.