ETV Bharat / state

কামাখ্যাত ভূমিস্খলন

author img

By

Published : Jul 11, 2019, 3:38 PM IST

কামাখ্যা মন্দিৰলৈ যোৱা পথত পাহাৰ খহি পৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । কামাখ্যাত জিৰণি কোঠা নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন

কামাখ্যাত ভূমিস্খলন

গুৱাহাটী, 11 জুলাইঃ বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন ৷ বৃহস্পতিবাৰে মহানগৰীৰ নীলাচল পাহাৰত ভূমিস্খলনৰ ঘটনা । কামাখ্যা মন্দিৰলৈ যোৱা পথত পাহাৰ খহি পৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । কামাখ্যাত জিৰণিকোঠা নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন । সম্প্ৰতি টিৰ্পালেৰে ভূমিস্খলন ৰোধৰ চেষ্টা । তাৰোপৰি কামাখ্যালৈ যোৱা লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যানবাহনৰ চলাচলৰ বাবে পথটো 'ওৱান ৱে' কৰি দিয়া হৈছে ।

Intro:যোৱা কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে মহানগৰীৰ নি
নীলাচল পাহাৰত ভূমিস্খলনৰ ঘটনা। কামাখ্যা মন্দিৰলৈ যোৱা পথত পাহাৰ খহি পৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। কামাখ্যাত জিৰণিকোঠা নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে সংঘটিত হৈ এই অঘটন। সম্প্ৰতি টিৰ্পালেৰে ভূমিস্খলন ৰোধৰ চেষ্টা কৰা হৈছে। তাৰোপৰি কামাখ্যালৈ যোৱা লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যানবাহনৰ চলাচলৰ বাবে 'oneway' কৰি দিয়া হৈছে। ইফালে নীলাচল পাহাৰৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ইফালে নীলাচলৰ প্ৰকাণ্ড গছো উভালি পৰে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.