ETV Bharat / state

অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত চচলত প্ৰতিবাদ

author img

By

Published : Dec 10, 2020, 5:32 PM IST

মহানগৰীৰ চচলত অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷

kmss-protest-at-guwahati
অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত চচলত প্ৰতিবাদ

গুৱাহাটী, 10 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাতিলৰ দাবীত আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

উল্লেখ্য যে, কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ তাৰ পাছতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ হাতত অৰ্পন কৰিছিল কৃষক নেতাগৰাকীক ৷ এটাৰ পাচত আন এটাকৈ বহুকেইটা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰা হ'ল অখিল গগৈক ৷

ইফালে কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাৰ সমান্তৰাল ভাৱে বৃহস্পতিবাৰে মহানগৰীৰ চচলত অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অন্যথা অনাগত দিনত যদি চৰকাৰে কা' বাতিল নকৰে আৰু বিনাচৰ্তে মুক্তি নিদিয়ে তেন্তে অসমৰ ৰাইজক লগতলৈ চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.