ETV Bharat / state

অতি শীঘ্ৰে বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰকঃ অখিল গগৈ - etv bharat

কেন্দ্ৰই অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত নহয় বুলি কোৱাৰ পিছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়া  আৰম্ভ হয় ৷ অতি সোনকালে বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলিও কৃষক মুক্তিয়ে দাবী কৰে। ইয়াৰোপৰি 3 জুলাইত কৃষক মুক্তিয়ে সমগ্ৰ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ Assam vision document ত ব্ৰহ্মপুত্ৰ খনন আৰু express highway আটাইতকৈ অভিলাসী আঁচনি আছিল।

অতি শীঘ্ৰে বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰকঃ অখিল গগৈ
author img

By

Published : Jul 2, 2019, 3:30 PM IST

গুৱাহাটী, 2 জুলাইঃ "ডিঙিত অসমৰ গামোচা লৈ যোগ অভ্যাস কৰা নৰেন্দ্ৰ মোদীয়ে অসমৰ মানুহক আবেগিকভাৱে ব্লেকমেইল কৰাৰ বাহিৰে একো কৰা নাই" উক্ত মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ ৷ মহানগৰীৰ গান্ধীবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত প্ৰধান মন্ত্ৰী মোদীক লৈ এই মন্তব্য কৰে নেতা গৰাকীয়ে ৷

সোমবাৰে সংসদত ব্ৰহ্মপুত্ৰৰ খনন অসম্ভৱ বুলি কোৱাৰ লগে লগে বিজেপিৰ মিথ্যাচাৰ ওলাই পৰিল। এই ঘোষণাই বিজেপিক বিশ্বাসঘাতক বুলি স্পষ্ট কৰিলে বুলিও মন্তব্য অখিল গগৈ ৷ছয় জাতিৰ জনজাতিকৰণ নহয় বুলি সোমবাৰে সংসদত ঘোষণা কৰাৰ পিচত, পুনৰ মডেলিটি কমিটিৰ অনুমোদনৰ কথা কয় চৰকাৰে ৷ ইতিমধ্যে এই অনুমোদন দি থোৱা হৈছিল, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামটো বিজেপিয়ে ঠগিলে বুলি মন্তব্য কৰে অখিল গগৈয়ে। ছয় জনগোষ্ঠীৰ নেতৃবৃন্দক বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান অখিল গগৈৰ ৷

মহানগৰীৰ গন্ধিবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অখিল গগৈৰ সংবাদমেল ---- 
#  কেন্দ্ৰই অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত নহয় বুলি কোৱাৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া।
অখিল গগৈৰ সংবাদ মেল।

ডিঙিত অসমৰ গামোচা লৈ যোগ অভ্যাস কৰা নৰেন্দ্ৰ মোদীয়ে অসমৰ মানুহক আবেগিকভাৱে ব্লেকমেইল কৰাৰ বাহিৰে একো কৰা নাই।"
কৃষক মুক্তিৰ দাবী, অতি সোনকালে বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰক।
*কাইলৈ 3 জুলাইত কৃষক মুক্তিয়ে সমগ্ৰ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ সিদ্ধান্ত*।
#  BJP ৰ Assam vision document ত ব্ৰহ্মপুত্ৰ খনন আৰু express highway আটাইতকৈ অভিলাসী আঁচনি আছিল।

কালি সংসদত ব্ৰহ্মপুত্ৰৰ খনন অসম্ভৱ বুলি কোৱাৰ লগে লগে বিজেপিৰ মিথ্যাচাৰ ওলাই পৰিল। 
এই ঘোষনাই বিজেপিক বিশ্বাসঘাটক বুলি স্পষ্ট কৰিলে।
#  ছয় জাতিৰ জনজাতিকৰণ নহয় বুলি কালি সংসদত প্ৰকাৰান্তৰে ঘোষণা কৰিলে,  পুনৰ মডেলিটি কমিটিৰ অনুমোদনৰ কথা কৈছে, ইতিমধ্যে এই অনুমোদন দি থোৱা হৈছিল, 
ছয় জনগোষ্ঠীৰ

 জনজাতিকৰণৰ নামটো ঠগিলে বিজেপিয়ে।
#  ছয় জনগোষ্ঠীৰ নেতৃবৃন্দক বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান অখিল গগৈৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.