ETV Bharat / state

নৱবৰ্ষ উদযাপনঃ কঠোৰ হ'ব মহানগৰ প্ৰশাসন !

৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলা প্ৰশাসনে তদাৰকী শাখা, পৰিৱহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভৱে গঠন কৰিছে এটা স্কোৱাড টীম ।

গুৱাহাটী
নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ
author img

By

Published : Dec 27, 2019, 7:13 PM IST

গুৱাহাটী, 27 ডিচেম্বৰঃ সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ ৷ এই ভাষ্য কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ ৷

৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলা প্ৰশাসনে তদাৰকী শাখা, পৰিৱহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভৱে গঠন কৰিছে এটা স্কোৱাড টীম । এই স্কোৱাডে নিৰীক্ষণ কৰিব প্ৰতিটো দিশ । বাৰ ৰেষ্টুৰেন্টৰ ক্ষেত্ৰতটো কঠোৰ হ'ব জিলা প্ৰশাসন । অনুমতি থকা বাৰ ৰেষ্টুৰেন্টহে নিশা 12 বজালৈ খোলা থাকিব পাৰিব । অন্যথা ১০ বজাতেই বন্ধ কৰিব লাগিব বাৰ ৰেষ্টুৰেন্টসমূহ । উচ্চ প্ৰাবল্য শব্দ সৃষ্টি কৰিলে প্ৰশাসনে ল'ব বিহিত ব্যৱস্থা । লগতে খেল' ইণ্ডিয়াৰ আৰু ভাৰত শ্ৰীলংকাৰ ক্ৰিকেট খেলৰ বাবেও যাৱতীয় প্ৰস্তুতি চলাইছে প্ৰশাসনে ।

নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ

আৰু পঢ়কঃ 100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে

Intro:সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰিবেশ এই ভাষ্য কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

জিলা প্ৰশাসনে তদাৰকী শাখা,পৰিবহণ বিভাগ,আৰক্ষী বিভাগক লৈ যুটীয়াভৱে গঠন কৰিছে এটা স্কাড টীম।

এই স্কোৱাডে নিৰীক্ষণ কৰিব প্ৰতিটো দিশ।

Body:বাৰ ৰেষ্টুৰেন্টৰ ক্ষেত্ৰতটো কঠোৰ হব জিলা প্ৰশাসন।

অনুমতি থকা বাৰ ৰেষ্টুৰেন্টহে বাৰ বজালৈ খোলা থাকিব পাৰিব।

অন্যথা ১০ বজাতেই বন্ধ কৰিব লাগিব বাৰ ৰেষ্টুৰেন্ট।

উচ্ছ প্ৰাবল্য শব্দ সৃষ্টি কৰিলে প্ৰশাসনে লব বিহিত ব্যৱস্থা।

Conclusion: লগতে খেল' ইণ্ডিয়াৰ আৰু ভাৰত শ্ৰীলংকাৰ ক্ৰিকেট খেলৰ বাবেও যাৱতীয় প্ৰস্তুুতি চলাইছে প্ৰশাসনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.