ETV Bharat / state

কৰ'ণা আতংকঃ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ - কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ

কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ । ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।

দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ
দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ
author img

By

Published : Mar 19, 2020, 11:02 PM IST

গুৱাহাটী, 19 মাৰ্চঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা । কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ । ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । বুধবাৰে জিলা প্ৰশাসনে মন্দিৰ-দেৱালয়সমূহলৈ দৰ্শনাৰ্থী সীমিত কৰাৰ আহ্বান জনাইছিল । তাৰ পিছতেই ৫০১ আৰু ৫০ টকীয়া বিশেষ টিকট বন্ধ কৰিছিল মন্দিৰ কৰ্তৃপক্ষই । ইফালে বৃহস্পতিবাৰে এক আলোচনা মৰ্মে সম্পূৰ্ণৰূপে কামাখ্যা মন্দিৰ বন্ধৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়কঃ কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.