ETV Bharat / state

কাহিলীপাৰাত জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Nov 28, 2019, 9:14 PM IST

অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত জ্যোতি কেন্দ্ৰ সমূহত যোগান ধৰা ইউনিফৰ্ম আৰু পাঠ্যপুথি ক্ষেত্ৰত দেখা দিয়া বিসংগতিৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷

কাহিলিপাৰা
কাহিলীপাৰাত জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদ

কাহিলীপাৰাত জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী, 28 নৱেম্বৰঃ কাহিলিপাৰাত পাঠ্যপুথি আৰু ইউনিফৰ্ম লৈ জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদ ৷ কাহিলিপাৰা সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় সন্মুখৰ পদপথত বহিল জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা ৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত জ্যোতি কেন্দ্ৰ সমূহত যোগান ধৰা ইউনিফৰ্ম আৰু পাঠ্যপুথি ক্ষেত্ৰত দেখা দিয়া বিসংগতিৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷ উল্লেখ্য যে, ৫-৬ বছৰ ধৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি কেন্দ্ৰ সমূহত যোগান ধৰা নাই কিতাপ ৷ তাৰ পৰিৱৰ্তে যোগান ধৰিছে সপ্তম, অষ্টম আৰু নৱমশ্ৰেণীৰ পাঠ্যপুথি ৷ যাৰ বাবে বৃহস্পতিবাৰে বিভাগক বিসংগতিপূৰ্ণ সামগ্ৰী ওভতাই দিবলৈ এইদৰে ৰাজপথত বহিল শিক্ষাকৰ্মী সন্থা ৷

লগতে পঢ়কঃ এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

Intro:কাহিলীপাৰাত জ্যোতি কেন্দ্ৰ কৰ্মীৰ প্ৰতিবাদBody:

অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত জ্যোতি কেন্দ্ৰ সমূহত যোগান ধৰা ইউনিফৰ্ম আৰু পাঠ্যপুথি ক্ষেত্ৰত ব্যাপক বিসংগতি ৷ সেয়ে আজি পাঠ্যপুথি আৰু ইউনিফৰ্ম লৈ কাহিলিপাৰা সৰ্বশিক্ষা মিছনৰ কাৰ্য্যালয় সন্মূখৰ পদপথত বহিল জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা ৷৫-৬ বছৰ ধৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি কেন্দ্ৰ সমূহত যোগান ধৰা নাই ৷ তাৰ পৰিৱৰ্তে যোগান ধৰিছে সপ্তম অষ্টম আৰু নৱমশ্ৰেণী পাঠ্যপুথি ৷ আজি বিভাগক সেই সমূহ বিসংগতিপূৰ্ণ সামগ্ৰী ওভতাই দিবলৈ এইদৰে ৰাজপথত বহিল শিক্ষাকৰ্মী সন্থা ৷ জ্যোতিকেন্দ্ৰৰ শিক্ষাৰ্থীৰ পাঠ্যপুথিৰ নামত দূৰ্নীতি নচলিব, জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীক বঞ্চনা কৰা নচলিব আদি শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ পৰিল শিক্ষাকৰ্মীসকল ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.