ETV Bharat / state

যোৰাবাটত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1

যোৰবাট আৰক্ষী চকীৰ সমীপত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত পৱন বৰ্মন ৷

author img

By

Published : Jul 8, 2019, 10:53 PM IST

যোৰাবাটত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1
  • যোৰাবাট আৰক্ষী চকীৰ সমীপত সংঘটিত ভয়াৱহ দুৰ্ঘটনা
  • ৰন্ধন গেছ টেংকাৰৰ তলত সোমাই পৰিল এখন স্কুটি সহ স্কুটি আৰোহী
  • থিতাতে নিহত স্কুটি আৰোহীজন
  • যোৰাবাট আৰক্ষী চকীৰ সমীপত থকা U Turn ত গাড়ী ঘূৰাওতে স্কুটি সহ সোমাই পৰিল টেংকাৰৰ তলত
  • স্কুটি আৰোহীজন লখৰা বেটকুচিৰ পৱন বৰ্মন বুলি চিনাক্ত কৰা হৈছে

Intro: যোৰাবাটত ভয়াবহ পথ দুৰ্ঘটনা থিতাতে এজন।
Body:যোৰাবাট আৰক্ষী চকীৰ সমীপতে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনা। ৰন্ধন গেছ টেংকাৰৰ তলত সোমাই পৰিল এখন স্কুটি সহ স্কুটি আৰহি থিতাতে নিহত স্কুটি আৰহি জন। যোৰাবাট আৰক্ষী চকীৰ সমীপত থকা U Turnত গাড়ী ঘূৰাওঁতে স্কুটি সহ সোমাই পৰিল টেংকাৰৰ তলত। স্কুটি আৰহি জন লখৰা বেটকুচিৰ পবন বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.