ETV Bharat / state

প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণত আবেগিক অঞ্চলবাসী

প্ৰধান শিক্ষকগৰাকীৰ বিদায় বেলাত আৱেগিক পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত । অসম-মেঘালয় সীমান্তৱৰ্তী যোৰাবাটৰ একমাত্ৰ অসমীয়া মাধ্যমৰ স্কুলখনত আবেগিক পৰিৱেশ ৷

প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণত আবেগিক অঞ্চলবাসী
author img

By

Published : Jul 7, 2019, 9:27 PM IST

গুৱাহাটী, 7 জুলাইঃ যোৰাবাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক ফণী চৰণ কাকতিৰ অৱসৰ গ্ৰহণ । প্ৰধান শিক্ষকগৰাকীৰ বিদায় বেলাত আৱেগিক পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত । অসম-মেঘালয় সীমান্তৱৰ্তী যোৰাবাটৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনত আবেগিক পৰিৱেশ । বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক ফণী চৰণ কাকতিৰ অৱসৰ গ্ৰহণ কৰা বাবেই আবেগিকক হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অঞ্চলবাসী ৷ দেওবাৰে যোৰাবাট প্ৰাথমিক বিদ্যালয়ত ৩৩বছৰে শিক্ষাদান কৰা প্ৰাক্তন প্ৰধান শিক্ষকগৰাকীক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰি বিদায় জনোৱা হয় ।

Intro:যোৰাবাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক ফণী চৰণ কাকতিৰ অৱসৰ গ্ৰহণ। প্ৰধান শিক্ষকগৰাকীৰ বিদায় বেলাত আৱেগিক পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত।

Body:অসম-মেঘালয় সীমান্তৱৰ্তী যোৰাবাটৰ একমাত্ৰ অসমীয়া মাধ্যমৰ স্কুলখনত আবেগিক পৰিৱেশ। কিয়নো স্কুলৰ পৰা বিদায় ল'লে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক ফণী চৰণ কাকতিয়ে। দেওবাৰে যোৰাবাট প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন প্ৰধান শিক্ষকগৰাকীক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰি বিদায় জনোৱা হয়। কাকতিৰ বিদায় বেলাত আবেগিক হৈ পৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকল। বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ লগতে ৩৩বছৰে শিক্ষাদান কৰি আছিল ফণী চৰণ কাকতিয়ে।

Byte ১. স্থানীয় লোক
২. ফণী চৰণ কাকতি

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.