ETV Bharat / state

ৰাজ্যত জাপানীজ এনকেফেলাইটিছত মৃত্যু ১১০ গৰাকী লোকৰ

ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছৰ সংহাৰ ৷ ইজনৰ পিচত সিজনৰ লোকৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৷ ৰাজ্যত এই পৰ্যন্ত  ৪৭৭ গৰাকী লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ চাওক আমাৰ এক প্ৰতিবেদন..

জাপানীজ এনকেফেলাইটিছৰ সংহাৰ
author img

By

Published : Jul 23, 2019, 8:01 PM IST

Updated : Jul 23, 2019, 9:23 PM IST

ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো আক্ৰান্ত হৈছে এই ৰোগত ৷ কেবাখনো জিলাত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত স্বাস্থ্য বিভাগৰ তথ্যনুসৰি

  • এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে ১১০ গৰাকী লোকৰ
  • ২০১৬ চনত ৰাজ্যত ৯২ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৭ চনত ৮৭ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৮ চনত ৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল

ইয়াৰ বিপৰীতে 2019 চনত ইয়াৰ সংখ্যা বৃদ্ধি পায় এই পৰ্যন্ত 110 অতিক্ৰম কৰিছেগৈ

এনকেফেলাইটিছত ৰাজ্যত মৃত্যু ১১০ গৰাকী লোকৰ

ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো আক্ৰান্ত হৈছে এই ৰোগত ৷ কেবাখনো জিলাত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত স্বাস্থ্য বিভাগৰ তথ্যনুসৰি

  • এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে ১১০ গৰাকী লোকৰ
  • ২০১৬ চনত ৰাজ্যত ৯২ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৭ চনত ৮৭ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৮ চনত ৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল

ইয়াৰ বিপৰীতে 2019 চনত ইয়াৰ সংখ্যা বৃদ্ধি পায় এই পৰ্যন্ত 110 অতিক্ৰম কৰিছেগৈ

এনকেফেলাইটিছত ৰাজ্যত মৃত্যু ১১০ গৰাকী লোকৰ
Intro:ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে মৃত্যু হৈছে ১১০ গৰাকী লোকৰ। কেইবাখনো জিলাত মহামৰীৰ ৰূপ ধাৰণ কৰা জাপানী এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭৭ গৰাকী লোক।

Body:ভয়াবহ বানপানীয়ে কোবাই যোৱা ৰাজ্যখনৰ জনসাধাৰণ ওপৰত ভূতৰ ওপৰত দানব পৰা দি পাইছে মহামাৰী। ৩০খনকৈ জিলাত বানপানীয়ে তাণ্ডৱ চলাই যোৱাৰ পিছত এতিয়া বহু জিলাত মহামাৰীৰ ৰূপ লৈছে জাপানী এনকেফেলাইটিছ ৰোগ। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য বিভাগৰ তথ্য মতে বৰ্তমান ৰাজ্যত ৪৭৭ গৰাকী লোক জাপানী এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জাপানী এনকেফেলাইটিছত ৰাজ্যত মৃত্যু ১১০ গৰাকী লোকৰ

Conclusion:ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে মৃত্যু হৈছে ১১০ গৰাকী লোকৰ। কেইবাখনো জিলাত মহামৰীৰ ৰূপ ধাৰণ কৰা জাপানী এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭৭ গৰাকী লোক। জাপানী এনকেফেলাইটিছ ৰোগৰ ফলত বৰ্তমানলৈকে ৰাজ্যত ১১০ গৰাকী লোকৰ মৃত্যু হৈছে। যোৱা দেওবাৰে ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা জিলাত ৩ গৰাকী লোকৰ জাপানী এনকেফেলাইটিছ মৃত্যু হৈছিল।
চৰকাৰে জাপানী এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন অঞ্চল সমূহত ফগিঙৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই ৰোগত আক্রান্ত লোক সকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জাপানী এনকেফেলাইটিছ ৰোগত ২০১৬ চনত ৰাজ্যত ৯২ গৰাকী, ২০১৭ চনত ৮৭ গৰাকী আৰু ২০১৮ চনত ৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল।

Last Updated : Jul 23, 2019, 9:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.