নিউজ ডেস্ক, 7 জুন : অসমত পুনৰ 155 জন লোকৰ দেহত পোৱা গৈছে ক'ভিড-19ৰ অৱস্থিতি ৷ বৰ্তমানলৈকে ৰাজ্যখনত আক্ৰান্ত হৈছে মুঠ 2681 গৰাকী লোক ৷ ইয়াৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে 2038 গৰাকী ৷ ইতিমধ্যে চিকিৎসালয়ৰ পৰা অব্যহতি দিয়া হৈছে 636 গৰাকী লোকক ৷ ৰাজ্যত ক'ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 4 গৰাকী ৷ দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ 208 গৰাকী ক'ভিড-19 আক্ৰান্ত লোক চিনাক্ত হৈছে ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰিছে এইকথা ৷
-
📌Alert ~ 155 more #COVID19+ cases today.
— Himanta Biswa Sarma (@himantabiswa) June 7, 2020 " class="align-text-top noRightClick twitterSection" data="
↗️Total cases 2681
↗️Recovered 636
↗️Active cases 2038
↗️Deaths 04
11:55 PM /June 7
NOTE: An inadvertent error on June 6 had led to over reporting of 39 cases. So net total, after adjustments, today is 208#AssamCovidCount pic.twitter.com/OocQNh0cEP
">📌Alert ~ 155 more #COVID19+ cases today.
— Himanta Biswa Sarma (@himantabiswa) June 7, 2020
↗️Total cases 2681
↗️Recovered 636
↗️Active cases 2038
↗️Deaths 04
11:55 PM /June 7
NOTE: An inadvertent error on June 6 had led to over reporting of 39 cases. So net total, after adjustments, today is 208#AssamCovidCount pic.twitter.com/OocQNh0cEP📌Alert ~ 155 more #COVID19+ cases today.
— Himanta Biswa Sarma (@himantabiswa) June 7, 2020
↗️Total cases 2681
↗️Recovered 636
↗️Active cases 2038
↗️Deaths 04
11:55 PM /June 7
NOTE: An inadvertent error on June 6 had led to over reporting of 39 cases. So net total, after adjustments, today is 208#AssamCovidCount pic.twitter.com/OocQNh0cEP
লগতে পঢ়ক : টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি 60 বছৰলৈ ম্যাদ থাকিবঃ হিমন্ত বিশ্ব শৰ্মা