ETV Bharat / state

ৰেলৱে নিযুক্তিত অনিয়মঃ সৰৱ যুৱ ছাত্ৰ পৰিষদ - Illegal

অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ দাবী ছাত্ৰ পৰিষদৰ । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিপৰীতে থলুৱা প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ ।

ৰেলৱে নিযুক্তিত অনিয়মঃ সৰৱ যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : May 10, 2019, 7:23 PM IST

গুৱাহাটী, ১০ মেঃ উত্তৰ পূৱ সীমান্ত ৰেলৱেত নিযুক্তিত অনিয়ম । শতাধিক পদত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ নিযুক্তি ।

ৰেলৱে নিযুক্তিত অনিয়মঃ সৰৱ যুৱ ছাত্ৰ পৰিষদ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত প্ৰায় শতাধিক পদত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ সংস্থাপন দিয়া ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য প্ৰৱন্ধক সঞ্জীৱ ৰয়, মুখ্য অভিযন্তা আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ । অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ দাবী ছাত্ৰ পৰিষদৰ । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিপৰীতে থলুৱা প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ।

অধিক পঢ়িবলৈ-জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

Intro:উত্তৰ পূৱ সীমান্ত ৰেলৱেত নিযুক্তিৰ নাম অনিয়মৰ অভিযোগ। যুৱ প্ৰাৰ্থীক নিযুক্তি নিদি প্ৰায় শতাধিক পদত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুণৰ সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰেল বিভাগৰ এই কাৰ্যত ক্ষোভ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ। ইতিমধ্যেই সংগঠনটোৱে এই সন্দৰ্ভত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য প্ৰৱন্ধক সঞ্জীৱ ৰয়, মুখ্য অভিযন্তা আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। এই পত্ৰৰ জৰিয়তে ৰেল বিভাগৰ এনেধৰণৰ নিযুক্তি বন্ধ কৰিবলৈ দাবী জনাই সংগঠনটোৱে। Body:ইয়াৰ পৰিৱৰ্তে যুৱ প্ৰাৰ্থী তথা থলুৱাক নিযুক্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে। অতিশীঘ্ৰে যদি এই নিযুক্তি বন্ধ নক'ৰে তেন্তে প্ৰতিবাদী কাৰ্যসূচীও হাতত লোৱাৰ কথা উল্লেখ কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ ভূঞা। Conclusion:Hirul Haque...guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.