- ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বেহা
- নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়েও পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তুলিছে অভিযান
- শেহতীয়াকৈ মহানগৰীৰ ফৰেষ্টগেট অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Huge amount of ganja seized)
- SOG আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী (Ganja smuggler arrested in Guwahati)
- আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩০ কেজি ওজনৰ গাঞ্জা
- ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ মেঘালয়ত
- Swift বাহনত কঢ়িয়াই আনিছিল গাঞ্জাখিনি
- ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে
মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী - Ganja smuggler arrested in Guwahati
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বেহা ৷ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়েও পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তুলিছে অভিযান প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ মহানগৰীৰ ফৰেষ্টগেট অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Huge amount of ganja seized) ৷ SOG আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী ৷ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩০ কেজি ওজনৰ গাঞ্জা (Ganja smuggler arrested in Guwahati) ৷
মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী