- বুধবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 336203 গৰাকী পৰীক্ষাৰ্থী
- হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছে 9127 গৰাকী পৰীক্ষাৰ্থী
- 13 বেৱছাইট যোগে প্ৰকাশ হ’ব ফলাফল
- পুৱা 9 বজাত প্ৰকাশ পাব ফলাফল
- দিনৰ 11 বজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট
- 17 মে’ৰ পৰা অনলাইন জৰিয়তে আৰম্ভ হ’ব বহী পুনৰীক্ষণৰ আবেদন
মেট্ৰিকঃ পুৱা 9 বজাত 13 বেৱছাইটত ফলাফল
বুধবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৷
পুৱা 9 বজাত 13 বেৱছাইটত ফলাফল
- বুধবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 336203 গৰাকী পৰীক্ষাৰ্থী
- হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছে 9127 গৰাকী পৰীক্ষাৰ্থী
- 13 বেৱছাইট যোগে প্ৰকাশ হ’ব ফলাফল
- পুৱা 9 বজাত প্ৰকাশ পাব ফলাফল
- দিনৰ 11 বজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট
- 17 মে’ৰ পৰা অনলাইন জৰিয়তে আৰম্ভ হ’ব বহী পুনৰীক্ষণৰ আবেদন
Intro:কাইলৈ ঘোষণা হব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।
336203গৰাকী পৰীক্ষাথী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষত।
হাইমাদ্ৰাছাত অৱৰ্তীৰ্ণ হৈছে 9127 পৰীক্ষাৰ্থী।
13 তা ৱেব চাইট যোগে প্ৰকাশ হব ফলাফল।
পুৱা 9 বজাত লাভ কৰিব ফলাফল।
11 বজাৰ পৰা ছাত্ৰ ছাত্ৰী লাভ কৰিব মাৰ্ক চিট।
Body:17 মে ৰ পৰা অনলাইনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে উত্তৰ বহী পুনঃ ৰীক্ষণ ৰ বাবে আবেদন কৰিব পাৰিব ।
অনুতীৰ্ণ অথচ 170 নম্বৰতকৈ অধিক লাভ কৰা ছাত্ৰ ছাত্ৰী য়ে কোনো বিষয়ৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হব নোৱাৰা ছাত্ৰ ছাত্ৰীয়ে compartmental পৰীক্ষাত অৱৰ্তীৰ্ণ হব পাৰিব।
Conclusion: