গুৱাহাটী, 25 মে': শণিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । মহানগৰীৰ বিৰুবাৰীস্থিত উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ বিশেষ সাফল্য ৷ চমকপ্ৰদ নহ'লেও মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ 100 শতাংশ । শাৰীৰিক বাধাক নেওচি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । মহাবিদ্যালয়খনৰ 26 গৰাকীৰ পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷ আনহাতে, ফলাফলকলৈ যথেষ্ট আনন্দিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ । এই ফলাফলে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি কয় কলেজ কৰ্তৃপক্ষই।
100 শতাংশ উত্তীৰ্ণৰে উজলিল উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয় - অসম নিউজ
মহানগৰীৰ বিৰুবাৰীস্থিত উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ বিশেষ সাফল্য ৷ চমকপ্ৰদ নহ'লেও মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ 100 শতাংশ । শাৰীৰিক বাধাক নেওচি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়
100 শতাংশ উত্তীৰ্ণ হাৰেৰে উজলিল উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়
গুৱাহাটী, 25 মে': শণিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । মহানগৰীৰ বিৰুবাৰীস্থিত উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ বিশেষ সাফল্য ৷ চমকপ্ৰদ নহ'লেও মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ 100 শতাংশ । শাৰীৰিক বাধাক নেওচি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । মহাবিদ্যালয়খনৰ 26 গৰাকীৰ পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷ আনহাতে, ফলাফলকলৈ যথেষ্ট আনন্দিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ । এই ফলাফলে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি কয় কলেজ কৰ্তৃপক্ষই।
Intro:শণিবাৰে ঘোষিত হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। মহানগৰীৰ বিৰুবাৰীস্থিত উত্তৰ পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীয়েও বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। চমকপ্ৰদ নহ'লেও মহাবিদ্যালয়খনৰ উৰ্ত্তীৰ্ণ হাৰ হৈছে ১০০ শতাংশ। শাৰীৰিক বাধাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে উৰ্ত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ ২৬ প্ৰশিক্ষাৰ্থীৰ আটাইকেইগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই ফলাফলকলৈ যথেষ্ট আনন্দিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ।
Body:এই ফলাফলে পৰৱৰ্ত্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি কয় কলেজখনৰ দুভাষী প্ৰিয়ংকা নেৱালে।
Conclusion:HIRUL HAQUE I GUWAHATI
Body:এই ফলাফলে পৰৱৰ্ত্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি কয় কলেজখনৰ দুভাষী প্ৰিয়ংকা নেৱালে।
Conclusion:HIRUL HAQUE I GUWAHATI