ETV Bharat / state

'উন্নয়নৰ সংজ্ঞা হোটেল অথবা ৰিৰ্জট নহয় ' ! - উচ্চ ন্যায়ালয়

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ ড০ হীৰেণ গোঁহাই, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ

'উন্নয়নৰ সংজ্ঞা হোটেল অথবা ৰিৰ্জট নহয় '
author img

By

Published : Feb 2, 2019, 7:15 PM IST

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : ৰাজ্যৰ ৪০ লাখ ডি ভোটাৰক লৈ চিন্তিত বৌদ্ধিক মহল । শুকুৰবাৰে ৰাজ্যৰ ৪০ লাখ ডি ভোটাৰৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ মহানগৰীৰৰ ডনবস্ক স্কুলত শুনানি গ্ৰহণ কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ গোপালা গৌড়াৰ অধ্যক্ষতাত আয়োজিত শুনানি প্ৰক্ৰিয়াত প্ৰত্যকগৰাকী ডি ভোটাৰৰ সমস্যাৰ বুজ লোৱা হয় ।

'উন্নয়নৰ সংজ্ঞা হোটেল অথবা ৰিৰ্জট নহয় '
undefined

উক্ত অনুষ্ঠানটোতে উপস্থিত থাকি ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হিৰেণ গোহাঁই মন্তব্য কৰে যে, ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে পোন পোটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ জগৰীয়া । সকলো ডি ভোটাৰক মানৱীয়তাৰ দৃষ্টি ভংগীৰে চোৱা উচিত । তেওঁ কয় যে, হোটেল ৰিৰ্জট খুলিলেই উন্নয়ন নহয় । ঔপনিৱেশিক কালৰ পৰা কোনো এখন চৰকাৰে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ন্যায় কৰা নাই । ইয়াৰে জনসাধাৰণৰ অভাৱ অভিযোগ, আৱেগ অনুভূতিৰ প্ৰতি কোনো কৰ্ণপাত কৰা নাই । ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুদ্ধিজীৱিগৰাকীয়ে কয় যে, যেতিয়াই ৰাইজে চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতে, তেতিয়াই তাত তেওঁলোকে তৃতীয় শক্তি জড়িত থকাৰ উমান পায় ।

Intro:৪০ লাখ D ভোটাৰক লৈ ৰাজনৈতিক মহলৰ লগতে অসমৰ জনসাধাৰণ উদ্বিগ্ন হৈ থকাৰ মাজতে এই ভোটাৰ সকলক লৈ চিন্তিত বৌদ্ধিক সমাজ। ৪০ লাখ ভোটাৰৰ ভৱিষ্যত সম্পৰ্কে সুনিশ্চিত কৰিবলৈ আজি অনুষ্ঠিত হয় এক কাৰ্যসূচী। প্ৰাক্তন ন্যায়াধীশ Gopala Gowda ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এজন এজন কৈ সকলোৰে সমস্যাৰ বুজ লয় ।

Body:এই অনুষ্ঠানত উপস্থিত হৈ হীৰেন গোহাঁই ডাঙৰীয়াই ৪০ লাখ D ভোটাৰক মানৱীয়তা বোধ দৃষ্টি ভঙ্গীৰে চোৱা হব বুলি জানিবলৈ দিয়ে লগতে এই পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰে কেন্দ্ৰীয় চৰকাৰক। লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক হলে অৰ্থনৈতিক ভাৱে সমস্যা হব বুলি কলে হীৰেন গোহাঁই।
#শাসকীয় দলে ন্যায় বিচাৰ কৰা নাই সেইবাবেই উন্নয়ন হোৱা নাই ।
অসমৰ মানুহৰ আবেগ অনুভূতি বুজি পোৱা নাই । হোটেল ৰিজৰ্ট খুলিলে উন্নয়ন নহয়।

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্যবৰ ওপৰত প্ৰতিক্ৰিয়াত হীৰেন গোহাঁই কয় যে
যেতিয়া ৰাইজে আন্দোলন কৰে তেতিয়া তৃতীয় শক্তিৰ কথা কয়।ফোন টেপিং কৰাৰ কথাও গম পাই গোহাঁই ডাঙৰীয়াই।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.