গুৱাহাটী, 20 চেপ্টেম্বৰ : দুৰ্গা পূজাত অসমবাসীক চীনা সামগ্ৰী বৰ্জন কৰাৰ আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই আহ্বান জনায় সংগঠনটোৱে । সংগঠনটোৰ দাবী চীনে সদায় পাকিস্তানক সহায় কৰি আছে । পাকিস্তানে ভাৰতীয় সেনা জোৱানক হত্যা কৰাৰ সময়তো চীন সদায় পাকিস্তানৰ পক্ষতে আছে । সেয়ে চীনৰ সামগ্ৰী ক্ৰয় কৰি অৰ্থনৈতিকভাৱে চীনক সহায় কৰাৰ প্ৰয়োজন নাই । সংগঠনটোৰ নেতৃবৃন্দই লগতে কয় যে, চীনে মহাবাহু ব্ৰহ্মপুত্ৰক তীব্বতত বান্ধ দি অসমক মৰুভূমি কৰাৰ চক্ৰান্ত কৰিছে । গতিকে সকলো অসমবাসীয়ে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে ।
দুৰ্গা পূজাত অসমবাসীক চীনা সামগ্ৰী বৰ্জন কৰাৰ আহ্বান - হিন্দু যুৱ ছাত্ৰ পৰিষদ
চীনে মহাবাহু ব্ৰহ্মপুত্ৰক তীব্বতত বান্ধ দি অসমক মৰুভূমি কৰাৰ চক্ৰান্ত কৰিছে । সকলো অসমবাসীয়ে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে ।
গুৱাহাটী, 20 চেপ্টেম্বৰ : দুৰ্গা পূজাত অসমবাসীক চীনা সামগ্ৰী বৰ্জন কৰাৰ আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই আহ্বান জনায় সংগঠনটোৱে । সংগঠনটোৰ দাবী চীনে সদায় পাকিস্তানক সহায় কৰি আছে । পাকিস্তানে ভাৰতীয় সেনা জোৱানক হত্যা কৰাৰ সময়তো চীন সদায় পাকিস্তানৰ পক্ষতে আছে । সেয়ে চীনৰ সামগ্ৰী ক্ৰয় কৰি অৰ্থনৈতিকভাৱে চীনক সহায় কৰাৰ প্ৰয়োজন নাই । সংগঠনটোৰ নেতৃবৃন্দই লগতে কয় যে, চীনে মহাবাহু ব্ৰহ্মপুত্ৰক তীব্বতত বান্ধ দি অসমক মৰুভূমি কৰাৰ চক্ৰান্ত কৰিছে । গতিকে সকলো অসমবাসীয়ে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে ।
Body:বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই আহ্বান জনায় সংগঠনটোৱে । তেওঁ লোকে কয় যে অসম বাসী ৰাইজে কোনো কাৰনতে চীনত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই । কিয়নো চীনে সদায় পাকিস্তানক সহায় কৰি আছে । পাকিস্তানে ভাৰতীয় সেনা জোৱানক হত্যা কৰাৰ সময়তো চীন সদায় পাকিস্তানৰ পক্ষতে আছে । সেয়ে চীনৰ সামগ্ৰী ক্ৰয় কৰি অৰ্থনৈতিক ভাৱে চীনক সহায় কৰাৰ প্ৰয়োজন নাই । সংগঠনটোৱে লগতে কয় যে চীনে অসমৰ বাবে আৰু ভয়াবহ দুষ্কাৰ্য সংঘটিত কৰিছে । সেয়া হল মহাবাহু ব্ৰহ্মপুত্ৰক তীব্বতত বান্ধ দি অসমক মৰুভূমি কৰাৰ চক্ৰান্ত কৰিছে । গতিকে সকলো অসম বাসীয়ে এতিয়াৰে পৰায়েই চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্ব ই ।
Conclusion:লিপিকা ডেকা, গুৱাহাটী