ETV Bharat / state

কন্টেইনমেন্ট কৰা নহয় সমগ্ৰ গুৱাহাটী মহানগৰ : হিমন্ত বিশ্ব শৰ্মা - স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী মহানগৰীত বুধবাৰে চিনাক্ত হয় 15 গৰাকীকৈ COVID-19 আক্ৰান্ত ব্যক্তি ৷ ইয়াৰ পাচতেই ফাঁচি বজাৰ অঞ্চলৰ কেইবাটাও স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হয় ৷ কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰীকে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

himanta biswa sharma said whole guwhati city will not be sent to containment zone

author img

By

Published : May 14, 2020, 8:48 AM IST

গুৱাহাটী, 14 মে' : বুধবাৰে গুৱাহাটীত ১৫জনকৈ লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । COVID-১৯ত আক্ৰান্ত আটাইকেইজন লোকে ফাঁচিবজাৰৰ কৰ'ণা আক্ৰান্ত ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছিল৷ তাৰ পাচত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । আক্ৰান্ত ৰোগীসকলক ভৰ্তি কৰোৱা হয় মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত ।

কন্টেইনমেন্ট কৰা নহয় সমগ্ৰ গুৱাহাটী মহানগৰ : হিমন্ত বিশ্ব শৰ্মা

নিশাই মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল পৰিদৰ্শন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই আটাইকেইজন ৰোগী থকা স্থানসমূহ কন্টেইন্মেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । সমগ্ৰ গুৱাহাটীক কন্টেইন্মেন্ট জ'ন হিচাপে ঘোষণা কৰা নহয় বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অসম পালেহি ৰাজধানী এক্সপ্ৰেছঃ কোকৰাঝাৰত আদৰণি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.